• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণনাকাৰীৰ প্ৰশিক্ষণেৰে কাজিৰঙাত আজিৰ পৰা দল হৰিণৰ গণনা আৰম্ভ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , November 27, 2018 5:12 pm

2 min read

Samp deer census
425
VIEWS
Share on FacebookShare on Twitter

গণনাকাৰীৰ প্ৰশিক্ষণেৰে আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা ৰেঞ্জৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাজিৰঙাৰ সঞ্চালক আকাশ দ্বীপ বৰুৱাই।

বিশ্বৰ অতি বিৰল প্ৰজাতি হিচাপে চিহ্নিত এই দল হৰিণ গণনাৰ আজিৰ প্ৰশিক্ষণত কাজিৰঙা কেউটা ৰেঞ্জৰ পৰা অহা নিৰ্বাচিত বনকৰ্মী আৰু বিভিন্ন বেচৰকাৰী সংগঠন আৰু মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২৮ নবেম্বৰ অৰ্থাৎ কাইলৈ পুৱাৰ পৰা কাজিৰঙাৰ মুঠ ২৪ টা কম্পাৰ্টমেন্টত দল হৰিণৰ গণনা আৰম্ভ হ’ব। বন বিভাগৰ হাতীত উঠি চলাব লগীয়া উক্ত গণনাৰ সুবিধাৰ বাবে গণনাকাৰীসকলক বন বিভাগৰ তৰফৰ পৰা একোটাকৈ দূৰবীণ আৰু জি পি এছো প্ৰদান কৰা হৈছে।

আজিৰ প্ৰশিক্ষণত গণনাকাৰীৰ সুবিধাৰ্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সচিত্ৰ উপস্থাপনেৰে দল হৰিণৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। প্ৰশিক্ষণৰ শেষত গণনাকাৰী সকলক গণনাৰ সামগ্ৰী প্ৰদান কৰা হয়।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ মুকুট দাস, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰা, ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ উপ সঞ্চালক ড০ ৰথীন বৰ্মন আৰু অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া উপস্থিত থাকে।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd