• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰমে ভয়ংকৰ হৈ উঠিছে প্ৰতিবাদ; কেন্দ্ৰই ৰাজ্যখনলৈ পঠিয়াব চি আৰ পি এফৰ ২৭ টা অতিৰিক্ত কোম্পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 4:13 pm
crpf

চি আৰ পি এফ

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে কেন্দ্ৰ চৰকাৰে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণৰ বাবে জম্মু-কাশ্মীৰৰ পৰা অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত দল অসমলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে কাশ্মীৰত থকা চি আৰ পি এফৰ ১০ টা কোম্পানী অসমলৈ ৰাওনা হৈছে।

সূত্ৰৰ মতে, পৰৱৰ্তী সময়ত আৰু ১০ টা চি আৰ পি এফৰ কোম্পানী জম্মু-কাশ্মীৰৰ পৰা অসমলৈ প্ৰেৰণ কৰা হ’ব।

অসমত চি আৰ পি এফৰ দল সমূহ উপস্থিত হোৱাৰ বাবে ইতিমধ্যে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগে মণিপুৰলৈ পঠাবলগীয়া ৭ টা চি আৰ পি এফৰ কোম্পানীৰ নিৰ্দেশ বাতিল কৰি তেওঁলোকক অসমলৈ অহাৰ বাবে নিৰ্দেশ দিছে।

ডিমাপুৰৰ পৰা তেওঁলোকে বিশেষ ৰে’লৰে অসমৰ বিভিন্ন স্থানত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমত আৰম্ভ হোৱা প্ৰতিবাদে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন জিলাত বিধেয়ক বাতিলৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছে।

বিগত লোকসভাত কেন্দ্ৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছতে উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত অৰ্ধসামৰিক বাহিনীৰ দল মোতায়ন কৰিছিল।

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সামান্য স্বাভাৱিক হোৱাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসমৰ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ বাবে অৰ্ধসামৰিক বাহিনীৰ দলক অসমলৈ বদলি কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd