• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ২১খন নতুন কেন্দ্ৰীয় বিদ্যালয়ৰ তালিকাত অসমৰ গোলাঘাট, হাফলং আৰু তামুলপুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 7:43 pm
kv_1024_1024_1570795082_618x347 45

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন ভৱনৰ উদ্বোধন কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ২১খন নতুন কেন্দ্ৰীয় বিদ্যালয় হ’ব। দেশৰ কেইবাখনো ৰাজ্যত স্থাপন কৰা হ’ব এই কেন্দ্ৰীয় বিদ্যালয়কেইখন। শুকুৰবাৰে ১৩খন কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনৰ উদ্বোধন কৰা হয়।

নতুনকৈ স্থাপন হ’বলগীয়া ২১খন কেন্দ্ৰীয় বিদ্যালয়ৰ মাজত আছে অসমৰো তিনিখন কেন্দ্ৰীয় বিদ্যালয়।

Apply Now

অসমত স্থাপন হ’বলগীয়া তিনিখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হ’ব গোলাঘাট, হাফলং আৰু তামুলপুৰত।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে শাস্ত্ৰী ভৱনত থকা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় বিদ্যালয়ৰ ১৩টা নতুন ভৱনৰ উদ্বোধন কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৬টা নতুন ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই ১৯খন কেন্দ্ৰীয় বিদ্যালয় দেশৰ ১২খন ৰাজ্যত স্থাপন কৰা হৈছে।

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে এনেদৰে ইমান বৃহৎ সংখ্যাত নতুন ভৱনৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰে।

৩০০কোটিকৈও অধিক টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি তোলা এই আঁচনিত ২০ হাজাৰতকৈও অধিক শিশু উপকৃত হ’ব।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পোখৰিয়ালে কয় যে কেন্দ্ৰীয় বিদ্যালয় ব্যৱস্থাই আজি দেশত উৎকৃষ্টতাৰ নিদৰ্শন হৈ পৰিছে আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

পোখৰিয়ালে সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক, অভিভাৱক, শিক্ষাৰ্থীসকলৰ লগতে স্থানীয় সাংসদ, বিধায়ক আৰু আন জন প্ৰতিনিধিসকলক অভিনন্দন জনাই অচিৰেই কেন্দ্ৰীয় বিদ্যালয়সমূহ এক বিশ্বস্ত সংস্থা হৈ উঠিব বুলি আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে বৰ্তমান গোটেই দেশতে মুঠ ১,২২৫খন কেন্দ্ৰীয় বিদ্যালয় আছে য’ত প্ৰায় ১২,৯২,৭৬৭গৰাকী শিক্ষাৰ্থী অধ্যয়ন কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd