• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

উজনি অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে কিয় নাযায় কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দল?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 1, 2022 4:06 pm
94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাবলৈ দুই তিনিবাৰকৈ অসমলৈ ঢাপলি মেলিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।
এ ফৰ আছাম বুলিও ভাষণৰ মাজত কোৱা প্ৰধানমন্ত্ৰীয়ে অসমক অষ্ট লক্ষ্মীৰে তুলনা কৰিছিল।

কিন্তু এতিয়া বলিয়া বানে ধুই নিছে ৰাজ্যৰ ২৫ খনকৈ জিলাৰ বিভিন্ন প্ৰান্ত। বানত ককবকাই আছে ২৬০৮ খন গাঁওৰ ২৯,৮০,৪৯৩ গৰাকী লোক। বৰ্তমানলৈকে ১৪১ গৰাকী লোকে বানৰ ফলত মৃত্যুক আঁকোৱালি লৈছে।

Apply Now

কিন্তু বানৰ এই বিভীষিকাৰ সময়ত এ ফৰ আসাম কোৱা প্ৰধান মন্ত্ৰীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিবলৈ বৰ্তমানলৈকে আহৰি নাপালে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেহে খবৰ লোৱা দেখিবলৈ পোৱা গ’ ল।

অৱশ্যে আনুষ্ঠানিকতা ৰক্ষা কৰি কেন্দ্ৰৰ পৰা এটা দল কালি নিশা গুৱাহাটীত উপস্থিত হৈ আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে ৰাওনা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে দুটা ভাগত বিভক্ত হৈ অহা ৩ জুলাইলৈকে পৰ্য্যবেক্ষণ কৰিব।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে।

NCRMP ৰ যুটীয়া সচিব হৰ্ষ গুপ্তাৰ নেতৃত্বত প্ৰথম দলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ উপ সঞ্চালক মহেশ ঠাকুৰৰ নেতৃত্বৰ দ্বিতীয় দলটোৱে ১ আৰু ২ জুলাইৰ দিনা নলবাৰী, বজালী, বৰপেটা, কামৰূপ আৰু মৰিগাঁও জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিব।

তাত্পৰ্য্যপূৰ্ণভাৱে, উজনি অসমতো বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। কিন্তু পৰ্য্যবেক্ষণৰ বাবে দুটাকৈ দল অসমলৈ আহিলেও বিজ্ঞপ্তিত উজনি অসমৰ এখনো জিলাৰ নাম উল্লেখ নকৰিলে দুৰ্যোগ প্ৰশমন বিভাগটোৱে।

অহা ৩ জুলাইৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দলটো দিল্লীলৈ উভতি যাব।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ শিলচৰত এতিয়ালৈকে তৃতীয়বাৰলৈ উপস্থিত হৈ বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিলে তথা নামনি অসমৰো বিভিন্ন জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে গ’ ল।

কিন্তু আজি পৰ্য্যন্ত উজনি অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰো সময় নহ’ল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd