• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ পূৰ্বাঞ্চলত নিৰ্মীয়মান ১৩০০ কোটি টকা ব্যয়সাপেক্ষ ১৫টা পৰ্যটন প্ৰকল্প

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক বিকশিত কৰাৰ অভিলাসী লক্ষ্য কেন্দ্ৰৰ

পিনাকী দাস by পিনাকী দাস
November 24, 2018 8:17 am
vlcsnap-2018-11-24-00h25m06s160
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক বছৰৰ সকলো সময়তে পৰ্যটনৰ বাবে উপযোগী কৰি গঢ়ি তোলা হ’ব।  কেন্দ্ৰীয় পৰ্যটন সচিব ৰশ্মি ভাৰ্মাই ২৩ নৱেম্বৰ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ আৰু জনাইছে যে সেই দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় পৰ্যটন সচিবগৰাকীৰ মতে  উত্তৰ পূৰ্বাঞ্চললৈ অহা পৰ্যাটকৰ বিদেশী পৰ্যটক পূৰ্বৰ বছৰৰ তুলনাত ১৬.৭ শতাংশ বৃদ্ধি পাইছে। আনহাতে এই অঞ্চললৈ পৰ্যটন কৰিবলৈ অহা ঘৰুৱা পৰ্যটক ২২.৮ শতাংশ বৃদ্ধি পাইছে।

উল্লেখ্য যে,  শ্ৰীমতী ভাৰ্মাই ত্ৰিপুৰাত অনুষ্ঠিত সপ্তম আন্তৰ্জাতিক পৰ্যটন মাৰ্টত অংশগ্ৰহণ কৰাৰ সময়ত এখন সংবাদমেলত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰিছে। এই মাৰ্টত ১৮খন দেশৰ ৫২গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

Apply Now

তেওঁ আৰু কৈছে যে বিশ্বত পৰ্যটন ক্ষেত্ৰখনত এটা পৰিৱৰ্তন আহিছে। বৰ্তমানৰ পৰ্যটকে কেবল প্ৰাকৃতিক দৃশ্য চোৱাৰ সলনি পৰীক্ষা-নিৰীক্ষা কৰিব বিচাৰে। উত্তৰ পূৰ্বাঞ্চলত পৰীক্ষামূলক পৰ্যটনৰ যথেষ্ট সুযোগ আছে, সেয়েহে উত্তৰ পূৰ্বাঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণীয় হৈ পৰিছে।

ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক বছৰব্যাপি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাত মনোযোগ দিছে বুলি পৰ্যটন সচিবগৰাকীয়ে প্ৰকাশ কৰিছে।  তেওঁ আৰু কৈছে যে পৰৱৰ্তী ৩বছৰত ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ আৰু জনাইছে যে বিগত বছৰত উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ পৰা ১০.২ মিলিয়ন টকা উপাৰ্জন হৈছে আৰু এয়া প্ৰথম বাৰৰ বাবে হৈছে।

তেওঁ আৰু কৈছে যে, উত্তৰ পূৰ্বাঞ্চলৰ বিস্তীৰ্ণ অৰণ্যানি, ঐতিহাসিক ক্ষেত্ৰ আৰু বাৰে ৰহণীয়া সংস্কৃতিৰ উপৰিও পৰিবহণৰ উন্নীত সা-সুবিধাই এই অঞ্চলক পৰ্যটনৰ আকৰ্ষণস্থলীলৈ ৰূপান্তৰিত কৰি তুলিছে। তেওঁ আৰু জনাইছে যে বিগত বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ তুলনাত ত্ৰিপুৰালৈ অধিক সংখ্যক বিদেশী পৰ্যটক আহিছিল। ঘৰুৱা পৰ্যটকৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্থান চতুৰ্থ।

পৰ্যটন সচিবগৰাকীয়ে আৰু জনাইছে যে বিগত বৰ্ষত ছিকিমলৈ ১৩ লাখ পৰ্যটক আহিছিল আৰু সেই সংখ্যা ৰাজ্যকনৰ জনসংখ্যাতকৈ ৩গুণ অধিক। সেয়েহে ভাৰত চৰকাৰ আৰু ছিকিমে পৰ্যটকৰ বাবে নতুন পৰ্যটনস্থলী মুকলি কৰিবলৈ প্ৰচেষ্টা কৰি আছে।

তেওঁ আৰু কৈছে যে ৫৬০০ কোটি টকা ব্যয়সাপেক্ষ ভাৰতৰ  ৬৭টা পৰ্যটন প্ৰকল্পৰ ভিতৰত ১৩০০ কোটি টকা ব্যয়সাপেক্ষ ১৫টা পৰ্যটন প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলত আছে।

উল্লেখ্য যে ভাৰত চৰকাৰে সময়ে সময়ে বিদেশী পৰ্যটকসকলৰ বাবে ‘প্ৰৱেশ সীমাবদ্ধ এলেকা’ৰ অনুমতি আৰু ইনাৰ-লাইন-পাৰ্মিটৰ নিয়ম শিথল কৰি আহিছে। তেওঁ আৰু কৈছে যে ভাৰত চৰকাৰে দেশখনৰ পৰ্যটন সম্ভাৱনাক পৰ্যটকৰ ওচৰত তুলি ধৰাৰ বাবে বিভিম্ন ছচিয়েল আৰু ডিজিটেল মেডিয়াক ব্যৱহাৰ কৰি আহিছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd