• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকি’ পোৱাৰ অভিযোগ জেক ডৰ্চিৰ; কেন্দ্ৰীয় চৰকাৰে ক’লে মিছা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 13, 2023 11:36 am
কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু টুইটাৰৰ প্ৰাক্তন চিইঅ' জেক ডৰ্চি। ফটো: সংগ্ৰহীত।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু টুইটাৰৰ প্ৰাক্তন চিইঅ' জেক ডৰ্চি। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চিয়ে দাবী কৰে যে কৃষকৰ আন্দোলনৰ সময়ত চৰকাৰৰ বিৰোধিতা কৰা একাউণ্ট বন্ধ কৰিবলৈ ভাৰতে ‘হেঁচা’ দিছিল। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এতিয়া তেওঁৰ এই দাবীৰ প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে ডৰ্চিয়ে সম্পূৰ্ণ মিছা কথা কৈছে। টুইটাৰে বাৰে বাৰে ভাৰতীয় আইন উলংঘা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এয়া জেক ডৰ্চিয়ে কোৱা এটা গোকাট মিছা – হয়তো টুইটাৰৰ ইতিহাসৰ সেই অতি সন্দিগ্ধ সময়ছোৱাক মচি পেলোৱাৰ প্ৰয়াস। ডৰ্চি আৰু তেওঁৰ দলৰ অধীনত টুইটাৰে বাৰে বাৰে আৰু ধাৰাবাহিকভাৱে ভাৰতীয় আইন উলংঘা কৰিছিল। ২০২০ চনৰ পৰা ২০২২ চনলৈকে বাৰে বাৰে আইন উলংঘা কৰিছিল আৰু অৱশেষত ২০২২ চনৰ জুন মাহত তেওঁলোকে মানি লৈছিল। কোনো জে’ললৈ যোৱা নাছিল, নাইবা টুইটাৰ ‘বন্ধ’ হোৱা নাছিল।”

লগতে পঢ়ক: তিক্ত সম্পৰ্ক! এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন; নিৰ্দেশ বেইজিঙৰ

Apply Now

দৰাচলতে টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে এক সাক্ষাৎকাৰৰ সময়ত দাবী কৰিছিল যে ভাৰত চৰকাৰে তেওঁক কৃষকৰ আন্দোলন সামৰি লোৱা একাউণ্টবোৰ ব্লক কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চৰকাৰৰ বিৰোধিতা কৰি থকা এনে একাউণ্ট বন্ধ কৰিবলৈ কোৱা হৈছিল। কেৱল এয়াই নহয়, ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকিও আহিছিল।

টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে কৃষকৰ আন্দোলন সন্দৰ্ভত চৰকাৰক সমালোচনা কৰা এনে সাংবাদিকৰ একাউণ্টো বন্ধ কৰিবলৈ ভাৰত চৰকাৰে অনুৰোধ জনাইছিল। এইটো দেখি মোৰ এনে লাগিছিল যে যদি টুইটাৰে এই কাম নকৰে তেন্তে ইয়াক ভাৰতত বন্ধ কৰি দিয়া হ’ব আৰু ভাৰতত ইয়াৰ কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা হ’ব। অৱশ্যে ডৰ্চিয়ে কয় যে ভাৰত এখন গণতান্ত্ৰিক দেশ।

This is an outright lie by @jack – perhaps an attempt to brush out that very dubious period of twitters history

Facts and truth@twitter undr Dorsey n his team were in repeated n continuous violations of India law. As a matter of fact they were in non-compliance with law… https://t.co/SlzmTcS3Fa

— Rajeev Chandrasekhar 🇮🇳 (@RajeevRC_X) June 13, 2023

ডাৰ্চিয়ে কয় যে তুৰস্কতো ভাৰতৰ দৰেই সমস্যাৰ সন্মুখীন হৈছিল। তাত থকা চৰকাৰেও টুইটাৰ বন্ধ কৰাৰ হুংকাৰ দিছিল। আচলতে ডৰ্চিয়ে এটা প্ৰশ্নৰ উত্তৰ দিছিল য’ত তেওঁক সোধা হৈছিল যে তেওঁ বিগত বছৰবোৰত বিদেশী চৰকাৰৰ হেঁচাত পৰিছিল নেকি? 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd