• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা; পৃথক পতাকাৰ দাবী নাকচ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 7, 2020 10:27 am

1 min read

কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা; পৃথক পতাকাৰ দাবী নাকচ
330
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু সামাজিক গোটৰ সমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া নাগা শান্তি চুক্তিৰ খচৰা সম্পুৰ্ণ কৰি তুলিছে।

কেন্দ্ৰ চৰকাৰে এ এছ চি এনে(আই-এম) এই চুক্তিত স্বাক্ষৰ কৰিব নে নকৰে সেয়া স্পষ্ট কৰিবৰ বাবেও স্পষ্ট নিৰ্দেশনা দিছে।

‘‘অতি সোনকালে এই চুক্তি স্বাক্ষৰ কৰাৰ হ’ব। আলোচনা কাল ইতিমধ্যে সমাপ্ত হৈছে কিন্তু বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কিছু পলম হৈছে,’’ নাগালেণ্ডৰ এখন বাতৰি কাকতত এইদৰে প্ৰকাশ পায়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন স্থানৰ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল।

কিন্তু এইবাৰ কেন্দ্ৰ চৰকাৰে বিদ্ৰোহী সংগঠনসমূহৰ উপৰিও সামাজিক গোট আৰু নাগালেণ্ডৰ চৈধ্যতা জনগোষ্ঠীৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিব।

নাগালেণ্ডৰ সাতটা বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধি গোট নাগা নেশ্যনেল প’লিটিকেল গ্ৰুপে ইতিমধ্যে খচৰা চুক্তিত সন্মতি প্ৰদান কৰিছে।

আনহাতে, কেন্দ্ৰ চৰকাৰে এন এছ চি এন(আই এম)ক পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী কোনোপধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd