• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীট পৰীক্ষাত দিয়া গ্ৰেচ নম্বৰ বাতিল! পৰীক্ষাৰ্থীসকলক দিয়া হ’ব পুনৰ পৰীক্ষা দিয়াৰ সুযোগ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 13, 2024 12:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেডিকেল প্ৰৱেশ পৰীক্ষা NEET UG 2024ত ‘অতিৰিক্ত নম্বৰ’ বা ‘গ্ৰেচ নম্বৰ’ পোৱা পৰীক্ষাৰ্থীৰ নম্বৰ বাতিল কৰা হ’ব। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত জনায় যে  ইয়াৰ পৰিৱৰ্তে তেওঁলোকক পৰীক্ষাত বহিবলৈ আৰু এটা সুযোগ দিয়া হ’ব।

অল ইণ্ডিয়া মেডিকেল এন্ট্ৰেঞ্চ টেষ্ট নীটত একেলগে ৬৭ জন পৰীক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ হয়। পিছত পোহৰলৈ আহিল যে প্ৰশ্নকাকত আৰু কিছুমান পৰীক্ষা কেন্দ্ৰত সময়ৰ সমস্যাৰ বাবে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অতিৰিক্ত নম্বৰ দিয়া হৈছিল।

কিন্তু যেতিয়া ৰেংকিঙৰ বিতৰ্ক পোহৰলৈ আহিল, তেতিয়া বিভিন্ন মহলে এই অতিৰিক্ত নম্বৰৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী ৰাজনৈতিক দলসমূহেও কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

Apply Now

লগতে পঢ়কঃ ৰাজ্যত পুনৰ উৎকোচ গ্ৰহণৰ অপৰাধত গ্ৰেপ্তাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হয়। সেই গোচৰত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ বক্তৱ্য জানিব বিচাৰিছিল। বৃহস্পতিবাৰে এক শপতনামাযোগে  কেন্দ্ৰই তেওঁলোকৰ বক্তৱ্য জনায়।

১৫৬৩ গৰাকী নীট পৰীক্ষাৰ্থীক প্ৰদান কৰা অতিৰিক্ত নম্বৰ বা গ্ৰেচ নম্বৰ বাতিল কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জনাইছে। তাৰ পৰিৱৰ্তে কেন্দ্ৰই পৰীক্ষাৰ্থীসকলক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিব। যিসকলে এই পৰীক্ষা দিব বিচাৰে, তেওঁলোকে ২৩ জুনত এই পৰীক্ষা দিব লাগিব। কিন্তু কোনোবাই বিচাৰিলে এই পৰীক্ষাত অৱতীৰ্ণ নহ’বও পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকে লাভ কৰা গ্ৰেচ নম্বৰ বাদ দি লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি ৰেংকিং কৰা ঠিক হ’ব।

লগতে পঢ়কঃ ৩০০ কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বোৱাৰীয়েকৰ! হিট এণ্ড ৰাণ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা

উল্লেখ্য যে এই অল ইণ্ডিয়া মেডিকেল এন্ট্ৰেঞ্চপৰীক্ষাৰ কাউন্সেলিং ইতিমধ্যে আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ে অৱশ্যে বৃহস্পতিবাৰে এই প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰা নাই। বৰঞ্চ আদালতে কয় যে কাউন্সেলিং পূৰ্বনিৰ্ধাৰিত সময় অনুসৰণ কৰিয়েই চলিব। পৰীক্ষা পুনৰ হ’লেও তাত কোনো বাধা নাথাকিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd