• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩০০ কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বোৱাৰীয়েকৰ! হিট এণ্ড ৰাণ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 13, 2024 11:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত মৃত্যু হয় এজন ৮২ বছৰীয়া বৃদ্ধৰ। প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলিয়েই ভাবিছিল। কিন্তু তাৰ পিছত ৰহস্যৰ উন্মোচন হ’বলৈ ধৰে। জনা যায় যে সেইটো কেৱল দুৰ্ঘটনা নহয়, সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আছিল।

এই হত্যাকাণ্ডৰ আঁৰত আছে ৩০০ কোটি টকাৰ সম্পত্তি। মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি বোৱাৰী অৰ্চনা মনীষ পুত্তেৱাৰে ভাড়াতীয়া হত্যাকাৰীক ১ কোটি টকা দি শহুৰেক পুৰুষোত্তম পুত্তেৱাৰৰ ৩০০ কোটি টকাৰ সম্পত্তি হাত কৰিব বিচাৰিছিল।

Apply Now

এজন তদন্তকাৰী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, অৰ্চনাই তেওঁৰ শহুৰেকৰ বিশাল সম্পত্তি হস্তগত কৰাৰ বাবেই পৰিকল্পনা কৰিছিল। সেই হত্যাকাণ্ডটো এক দুৰ্ঘটনা হিচাপে দেখুৱাবলৈ তাৰো পৰিকল্পনা কৰিছিল।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ উৎকোচ গ্ৰহণৰ অপৰাধত গ্ৰেপ্তাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

আৰক্ষীৰ মতে, অৰ্চনাই শহুৰেকক হত্যা কৰিবলৈ এজন অপৰাধীক নিয়োগ কৰিছিল। কেৱল সেয়াই নহয়, পুৰণি গাড়ী এখন কিনিবলৈও অপৰাধীজনক কিছু টকাও দিছিল। অৰ্চনাই সেই গাড়ীৰেই শহুৰেকক চেপি হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

ঘটনাৰ দিনা পুৰুষোত্তম অসুস্থ পত্নীক চাবলৈ চিকিৎসালয়লৈ গৈছিল। তাৰ পৰা উভতি আহি আছিল। ৰাস্তাত খোজ কাঢ়ি আহি থাকোঁতে পিছফালৰ পৰা এখন গাড়ী আহি তেওঁক খুন্দা মাৰে। তেওঁৰ থিতাতে মৃত্যু হয়।

এই ঘটনাটো প্ৰথমে দুৰ্ঘটনা হিচাপে গোচৰ ৰুজু কৰা হৈছিল। কিন্তু তদন্তত পুৰুষোত্তমৰ বোৱাৰীৰ কিছু গতিবিধি আৰক্ষীৰ দৃষ্টিত অস্বাভাৱিক হিচাপে ধৰা আছিল। তেতিয়াৰ পৰাই অৰ্চনাৰ ওপৰত আৰক্ষীৰ চোৰাংচোৱাগিৰি নামি পৰে।

তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে অৰ্চনাই শহুৰেকক হত্যা কৰিবলৈ পৰিয়ালটোৰ চালক বাগদে আৰু তেওঁৰ সহযোগী দুই নীৰজ নিমচে আৰু শচীন ধৰ্মিকক ১ কোটি টকা দিছিল। অৰ্চনাকে ধৰি চাৰিজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

লগতে পঢ়কঃ কুৱেইটত অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু; জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী, সাহায্য ঘোষণা

অৰ্চনা নগৰ উন্নয়ন বিভাগৰ অতিৰিক্ত বিষয়া। তদন্তত আৰক্ষীয়ে গম পালে যে তেওঁ নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি বহু দুৰ্নীতিগ্ৰস্ত কাম কৰিছে। ৰাজনৈতিক প্ৰভাৱৰ বাবে অৰ্চনাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইতিমধ্যে তেওঁক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। লগতে চালকজন আৰু তেওঁৰ সংগী দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd