• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষানুষ্ঠান পুনৰ খোলাৰ বাবে কেন্দ্ৰই কি কি নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 1:26 pm
index.jpg45
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ পিছত পুনৰ শিক্ষানুষ্ঠান খোলাৰ পূৰ্বে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদ( NCERT)ৰ সৈতে কিছুমান নতুন নীতি উদ্ভাৱন কৰিছে।

এই নীতিসমূহ ল’কডাউনৰ পিছত শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ হোৱাৰ পিছত কাৰ্যকৰী কৰা হ’ব।

Apply Now

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীসমূহ খোলাৰ লগে লগে সৰ্বপ্ৰথমে শিক্ষাৰ্থীসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অন্যান্য নিয়মসমূহ মানি চলিব লাগিব।

অন্যহাতে, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীসমূহ পৰৱৰ্তী তিনি মাহৰলৈকে পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা নাই।

‘ওপৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক একেলগে পাঠদান কৰা নহয়। এজন বিষয়াৰ প্ৰতিবেদনত কোৱা হৈছে যে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই নতুন ব্যৱস্থা কৰাৰ পিছত কিছু দিনৰ বাবেহে শ্ৰেণীসমূহ আৰম্ভ কৰা হ’ব যাতে শিক্ষাৰ্থীসকলে নতুন নিয়ম সম্পৰ্কে অৱগত হ’ব পাৰে।’ এজন বিষয়াই এইদৰে কয়।

দুজন শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব ছয় ফুটকৈ নিৰ্দিষ্ট কৰি সামাজিক ব্যৱধান ৰক্ষা কৰা হ’ব।

এটা শ্ৰেণীক ১৫ ৰপৰা ২০ জনীয়া গোটলৈ বিভক্ত কৰি পাঠদান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি প্ৰত্যেকটো শ্ৰেণীকে বিকল্প দিনত পৰিচালনা কৰাৰ পৰিকল্পনাও কৰা হৈছে।

শিক্ষাৰ্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে শিক্ষানুষ্ঠানৰ কেন্টিনসমূহ প্ৰথম সময়ছোৱাত বন্ধ থাকিব আৰু প্ৰত্যেক শিক্ষাৰ্থীয়ে ঘৰৰ নিজৰ মধ্যাহ্ন ভোজনৰ টিফিন আনিব লাগিব। বাতৰিটোত এইদৰে কোৱা হৈছে।

প্ৰথম কেইমাহ মানৰ বাবে প্ৰাতঃসভা বন্ধ থাকিব।

শিক্ষানুষ্ঠানৰ বিভিন্ন স্থানত হেণ্ড চেনিটাইজাৰ ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই।

শিক্ষাৰ্থীসকলৰ অভিভাৱক শিক্ষানুষ্ঠানৰ চৌহদৰ ভিতৰ সোমোৱাটো নিষিদ্ধ কৰা হ’ব আৰু তেওঁলোকে শিক্ষানুষ্ঠানৰ গেটলৈকেহে শিক্ষাৰ্থীক আগবঢ়াই থৈ যাব পাৰিব।

আনহাতে শিক্ষানুষ্ঠানৰ চৌহদত উলোৱা সোমোৱাৰ বাবে বিভিন্ন স্থানত নতুন পথ খুলিব লাগিব যাতে উলোৱা-সোমোৱাৰ সময়ত শিক্ষাৰ্থীসকলৰ মাজত ভিৰ সৃষ্টি নহয়।

প্ৰতিদিনে শিক্ষাৰ্থীসকল শিক্ষানুষ্ঠানলৈ অহাৰ আগত আৰু ছুটিৰ পিছত প্ৰতিটো শ্ৰেণী কক্ষতে সম্পূৰ্ণৰূপে চেনিটাইজেশ্যন কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd