• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ বিৰুদ্ধে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহক কঠোৰ হোৱাৰ নিৰ্দেশ কেন্দ্ৰৰ

কৰ্তব্যত গাফিলতি কৰাৰ আৰক্ষীৰ বিৰুদ্ধেও লোৱা হ'ব আইনী ব্যৱস্থা, কৰিব দাখিল কৰিব পাৰিব এজাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 2:46 pm
Marital-Rape-Husband-Can-Be-Liable-Nicolas-and-De-Vega-Law-Offices-Image-1200x600

প্রতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণৰ দেশ জুৰি সৃষ্টি হোৱা কঁপনি এতিয়াও মাৰ যোৱাই নাই। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে গোটেই দেশ তীব্ৰ ক্ষোভত ফাটি পৰাৰ সময়তে যোগী চৰকাৰে হাথৰাছৰ তৰুণী গৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল বুলি দাবী কৰি আহিছে।

তাকে লৈ সমগ্র দেশত বাদানুবাদ চলি থকাৰ সময়তে আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চললৈ ধৰ্ষণৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে।

Apply Now

শনিবাৰে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত কেন্দ্ৰই উল্লেখ কৰি কৈছে যে, যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হ’লে অতি শীঘ্ৰেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

নিৰ্দেশনাটোত আৰু কোৱা হৈছেে যে প্ৰথমতে আৰক্ষীয়ে এজাহাৰ দাখিল তথা গোচৰ ৰুজু কৰাতো বাধ্যতামূলক হ’ব আৰু খুব বেছি দুমাহৰ ভিতৰত নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগৰ তদন্ত সমাপ্ত কৰিব লাগিব আৰক্ষীয়ে। অপৰাধী তথা অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।

প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় দাটাবেচো তদন্তকাৰী বিষয়াই ব্যৱহাৰ কৰিব পাৰিব।

নিৰ্দেশনাটোত লগতে কোৱা হৈছে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ থানাৰ অন্তৰ্গত এলেকাৰ ভিতৰত হয় নে নহয় সেয়া বিচাৰ কৰিব নোৱাৰিব। থানাত যিকোনো ঠাইৰে নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগ বা এজাহাৰ দাখিল কৰিলে সেয়া আৰক্ষীয়ে তৎকালে গ্ৰহণ কৰি ব্যৱস্থা লোৱাতো বাধ্যতামূলক হ’ব।

তেনে অভিযোগ পোৱাৰ পিছতো আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰিলে আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।

আনকি এইক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হ’ব বুলি নিৰ্দশনাটোত কোৱা হৈছে।

আৰক্ষীয়ে খবৰ পোৱা বা এজাহাৰ লাভ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত নিৰ্যাতিতা নাৰী গৰাকীক চৰকাৰী চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাতোও বাধ্যমূলক হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

আনহাতে নিৰ্যাতিতাই মৃত্যু পূৰ্বে দি যোৱা জবানবন্দীক প্ৰমাণিক তথ্য হিচাপে গ্ৰহণ কৰা হ’ব।

কেন্দ্ৰই লগতে কৈছে যে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহে ছেক্সুৱেল এচাল্ট এভিডেন্স কালেকশ্যন কিট ফৰেনচিক টিমক ব্যৱহাৰ কৰিব লাগিব। এই নিৰ্দেশ অমান্য কৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত।

উল্লেখ্য যে দেশৰ প্ৰায়বোৰ অঞ্চলতে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে তাৎক্ষণিক আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়।

ধৰ্ষণকাণ্ডবোৰ বিৰুদ্ধে জনমত গঠন বা প্ৰতিবাদ আদি হোৱাৰ পিছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। আনকি বহু ধৰ্ষণকাণ্ডক আৰক্ষীয়ে গাপ দিবলৈ নিৰ্যাতিতা পৰিয়ালক বাধ্য কৰায় বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে।

কেন্দ্ৰৰ এই নতুন নিৰ্দেশনাৰ পিছত আৰক্ষীয়ে এনে ধৰণৰ গাফিলতি কৰাৰ পৰা বিৰত থাকিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd