• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Google pay’ৰ দৰে টুইটাৰৰ জৰিয়তে কৰিব পৰা যাব বিত্তীয় লেনদেন; মাস্কৰ নতুন চিন্তা Payment X

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 1:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰাই এইবাৰ কৰা যাব বিত্তীয় লেনদেন। ইলন মাস্কে দেখুৱাইছে এক নতুন পথ। বৰ্তমান এক্স নামেৰে পৰিচিত টুইটাৰৰ চিইঅ’ লিণ্ডা ইয়াকাৰিনোৱে এইদৰে কয়। অতি সোনকালে গ্ৰাহকে টুইটাৰ ব্যৱহাৰ কৰি পেমেণ্ট কৰিব পাৰিব বুলিও তেওঁ কয়। এই সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

লিণ্ডাই কয় যে পেমেণ্ট এক্স আহি আছে। ভিডিঅ’ শ্বেয়াৰ কৰি টুইটাৰৰ এই নতুন ফিচাৰ্ছৰ ঘোষণা কৰিছে ইয়াকাৰিনোৱে। তেওঁ লিখিছে, ‘আহি আছে কিহৰ ইংগিত, কোন আছে?’ দুই মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰি ইউজাৰক কয় যে এতিয়াৰ পৰা টুইটাৰৰ গ্ৰাহকে এক্সৰ জৰিয়তে পেমেণ্ট কৰিব পাৰিব। এয়া শেষ নহয়, আগন্তুক দিনত টুইটাৰৰ জৰিয়তে ভিডিঅ’ কলিং সম্ভৱ হ’ব বুলিও তেওঁ কয়। টুইটাৰত আৰু কিছু পৰিৱৰ্তন অতি সোনকালে আহিব বুলিও ইংগিত দিয়ে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।

লগতে পঢক: গুৱাহাটী-আগৰতলা বিমানত অঘটন! মাজ আকাশতে দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ; চাওক ভিডিঅ’

Apply Now

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ইলন মাস্কে তেওঁৰ টুইটাৰ বা এক্স হেণ্ডেল ব্যৱহাৰ কৰিবলৈ গ্ৰাহকৰ পৰা ধন লোৱাৰ কথা চিন্তা কৰিছে। তেওঁ ইংগিত দিছে। তেওঁ কয় যে এপটো ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে মাহিলী মাচুল হিচাপে কিছু ধন দিব লাগিব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে হোৱা বাৰ্তালাপত মাস্কে এই কথা কৈছিল।

a hint of what's to come… (in higher res) pic.twitter.com/bMeKX1bgb7

— Linda Yaccarino (@lindayaX) September 21, 2023

যোৱা বছৰ ৪৪ বিলিয়ন ডলাৰৰ চুক্তিত টুইটাৰ ক্ৰয় কৰাৰ পিছত মাস্কে এই প্লেটফৰ্মত বহু পৰিৱৰ্তন সাধন কৰিছে। প্লেটফৰ্ম ক্ৰয়ৰ লগে লগে মাস্কে তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ছ’চিয়েল মিডিয়া চাইটটোৰ নিয়ন্ত্ৰণ লয়।

লগতে পঢক: সকলো দীপিকাৰ বাবে? নয়নতৰাৰ সৈতে অন্যায়! শ্বাহৰুখ-এটলীৰ ওপৰত ক্ষুব্ধ দক্ষিণৰ অভিনেত্ৰী

তেওঁ পূৰ্বতে নিষিদ্ধ হৈ থকা একাউণ্টসমূহ পুনৰ সক্ৰিয় কৰাৰ অনুমতি দিছিল। এই কাৰ্যৰ লগে লগে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ একাউণ্ট পুনৰ খোলা হ’ল। ব্লু টিক পৰীক্ষণ ব্যৱস্থাতো সালসলনি কৰিছে। এই ব্যৱস্থাটো মাচুলৰ বিনিময়ত উপলব্ধ। অৱশ্যে এক্স হেণ্ডলৰ হেক হোৱাৰ ঘটনাও ঘটিছে। লগতে পৰিসেৱাৰ মাজে মাজে ব্যাঘাতো ঘটে। গ্ৰাহকে অভিযোগ কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd