• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি কেবিনেটৰ বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল?; সংবাদমেল সম্বোধন চন্দ্ৰমোহন পাটোৱাৰীৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 27, 2020 6:29 pm
Assam cabinet decides to hike liquor prices

চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না সংক্ৰমণৰ লগতে ল’কডাউনৰ বিভিন্ন বিষয়ত আজি জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে দ্বিতীয় পৰ্যায়ৰ ল’কডাউন সন্দৰ্ভত কেবিনেটৰ বৈঠকত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে।

Apply Now

কেবিনেটৰ বৈঠকত হোৱা সিদ্ধান্ত মৰ্মে গ্ৰীণ জ’নত থকা গাঁও অঞ্চল সমূহৰ দোকান-পোহাৰ খুলিব পাৰিব যদিও বজাৰ সমূহ বন্ধ থাকিব বুলি পাটোৱাৰীয়ে কয়।

ল’কডাউন বৃদ্ধি সন্দৰ্ভত অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰে বুলি মন্তব্য কৰি চন্দ্ৰ মহোন পাটোৱাৰীয়ে ২ মে’লৈ আন্তঃজিলা যাতায়তৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি কয়।

আনহাতে, ৰেড জ’নত থকা পাঁচখন জিলাত ল’কডাউন শিথিল নহয় বুলি পাটোৱাৰীয়ে জানিবলৈ দি সেই জিলা কেইখনৰ গাঁৱৰ দোকান-পোহাৰ খোলা নহ’ব বুলিও লগতে কয়।

তদুপৰি, ৰেড জ’ন জিলাৰ পৰা গ্ৰীণ জ’ন জিলাৰ ৫ কিলোমিটাৰ দূৰত্বলৈ সকলো বন্ধ থাকিব বুলিও তেওঁ লগতে কয়।

অসম চৰকাৰে ব্যৱস্থা কৰা আন্তঃজিলা যাতায়তৰ সময়ত এ এছ টি চি বাছেৰে প্ৰায় ২৭,০০০ মানুহ নিজ নিজ ঠাইলৈ উভতি গৈছে বুলিও সদৰি কৰে।

যিসকল লোকে এ এছ টি চি বাছেৰে যাব বিচাৰে তেওঁলোকে এতিয়াও বুকিং কৰিব পাৰে বুলিও পাটোৱাৰীয়ে কয়।

বিটিএডি নিৰ্বাচন সন্দৰ্ভটো কেবিনেটত আলোচনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিব লাগে কিন্তু মানুহৰ সমাগম নোহোৱাকৈ কেনকৈ অনুষ্ঠিত কৰিব পৰা যায় সেই বিষয়ত চৰ্চা কৰা হৈছে বুলি মত প্ৰকাশ কৰে।

‘‘ৰাজ্যিক নিৰ্বাচন আয়োগক জনসমাগম নোহোৱাকৈ কেনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় সেই সম্পৰ্কত আমি আহ্বান জনাম,’’ চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd