• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলজীৱন মিছনক লৈ অসমত হাহাকাৰ, কেন্দ্ৰই বন্ধ কৰিলে পুঁজি: বিপাঙত ঠিকাদাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 3:38 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰামাঞ্চলৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা জলজীৱন মিছনক লৈ এতিয়া ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে অসমক আৰু কোনো অতিৰিক্ত পুঁজি যোগান নধৰে বুলি স্পষ্ট কৰি দিছে। শেহতীয়াকৈ ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি সোমান্নাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমকে ধৰি কোনো ৰাজ্যলৈকে জলজীৱন মিছনৰ নামত ধন আবণ্টন দিয়া হোৱা নাই। খোৱাপানীৰ বিষয়টো যিহেতু ৰাজ্য চৰকাৰৰ এক্তিয়াৰভুক্ত, সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ বাকী থকা কামসমূহ ৰাজ্যক নিজা উৎসৰ পৰা সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ এই হঠাত্‍ লোৱা সিদ্ধান্তই অসমৰ শ শ ঠিকাদাৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহু ঠিকাদাৰে ইতিমধ্যে কাম সম্পূৰ্ণ কৰাৰ পাছতো কোটি কোটি টকাৰ বিল লাভ কৰা নাই। এতিয়া কেন্দ্ৰই হাত দাঙি দিয়াৰ পাছত নিজৰ প্ৰাপ্য ধন বিচাৰি ঠিকাদাৰসকলে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে। ইফালে, আঁচনিখনৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে ২০২৮ চনৰ ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি কৰা হৈছে যদিও পুঁজিৰ অভাৱত এই কামবোৰ কেনেকৈ আগবাঢ়িব তাক লৈও ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। এতিয়াৰ পৰা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজা পুঁজিৰে এই বৃহৎ প্ৰকল্পটো আগুৱাই নিব লাগিব।

Apply Now

আনহাতে, জলজীৱন মিছনৰ কামৰ মানদণ্ডক লৈও ৰাজ্যসভাত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সমগ্ৰ দেশৰ ভিতৰতে অসমত নিম্নমানৰ কামৰ বাবে দ্বিতীয় সৰ্বাধিক ১,২৩৬ টা অভিযোগ দাখিল হৈছে। এই দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত ৰাজ্যৰ ১৭ গৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে বৰ্তমান বিভাগীয় তদন্ত চলি আছে। নিম্নমানৰ কামৰ বাবে চাৰিজন ঠিকাদাৰক ইতিমধ্যে জবাবদিহি কৰা হৈছে আৰু দুজনক জৰিমনা বিহাৰ লগতে এজনৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। ২০১৯ চনত আৰম্ভ হোৱা এই আঁচনিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যই ৯০:১০ অনুপাতত ধন ব্যয় কৰাৰ কথা আছিল যদিও কেন্দ্ৰই সম্পূৰ্ণ ধন মোকলাই নিদিয়াৰ বাবেই এনে জটিলতাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ৰাজ্যৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিৰ্বাচনৰ পূৰ্বে ঠিকাদাৰসকলৰ বিল আদায় দিয়াৰ আশ্বাস দিছে যদিও বাস্তৱত সেয়া কিমানদূৰ কাৰ্যকৰী হয় তাক লৈ সকলো সন্দিহান হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd