• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ আৰক্ষীৰ পৃথক অভিযানত গ্ৰেপ্তাৰ পাঁচ ঠগ-প্ৰবঞ্চক, এজন ড্ৰাগছ সৰবৰাহকাৰী

অভিযানত জব্দ মাৰণাস্ত্ৰ, দুচকীয়া, চাৰিচকীয়া বাহন সহ বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ

তিলক চন্দ্র প্রসাদ, চাপৰ by তিলক চন্দ্র প্রসাদ, চাপৰ
December 6, 2021 11:19 am
WhatsApp Image 2021-12-06 at 10.18.47 AM

চাপৰ আৰক্ষীয়ে আটক কৰা মহা প্ৰৱঞ্চকৰ দলটো। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ পৃথক পৃথক দুটা সফল অভিযানত চাপৰৰ ৰঙামাটি -হলদিবাৰীৰ পৰা পাঁচজন মহা ঠগ-প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চাপৰ চহৰৰ সত্যপুৰ(ৱাৰ্ড নং-৮)ৰ পৰা এটা দাগী ড্ৰাগ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে লগতে এটা মাৰণাস্ত্ৰ, এখন মটৰ চাইকেল, এখন চাৰিচকীয়া বাহন সহ বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰে বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে জানিবলৈ দিছে ।

উল্লেখযোগ্য যে শনিবাৰে নিশা এক গোপন সূত্ৰৰ পমখেদি লাভ কৰা খবৰ অনুসৰি চাপৰ আৰক্ষীয়ে সত্যপুৰৰ বাসিন্দা তথা পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ গোচৰত কাৰাবাস খাটি অহা জনমণি দাস (৩০)ৰ ঘৰত অভিযান চলায় ।

Apply Now

Also Read: বিশ্বনাথত নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিন, নকল সোণৰ মূৰ্তি জব্দ; দুজনক গ্ৰেপ্তাৰ

অভিযানত জনমণিক হাতে লোটে গ্ৰেপ্তাৰ কৰাৰ লগতে তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ(ব্ৰাউন চুগাৰ) সহ এ, এছ,১৭ডি ৮০৮৩ নম্বৰৰ মটৰ চাইকেল ,এটা সন্দেহজনক মাৰণাস্ত্ৰ আৰু বহু আপত্তি জনক সামগ্ৰী জব্দ কৰে।

ইপিনে চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত আন এক বৃহৎ তথা সফল অভিযান চলাই আৰক্ষীয়ে পাঁচটাকৈ ঠগ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বাবে সমাজহিতৈষী তথা সৰ্ব সাধাৰণ লোকে আৰক্ষীক প্ৰশংসা কৰিছে । এই ঠগবাজ কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে এ, এছ ১৯চি  ০১১০ নম্বৰৰ এখন টাটা চুম সহ চাৰি ডোখৰ হাড় (তথাকথিত বন মানুহৰ হাড়), ছয়টা মোবাইল ফোন আৰু বহু আপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

Also Read:বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা

ধৃত এই পাঁচটা প্ৰবঞ্চক ক্ৰমে জিয়াৰুল খান(৩৫,শিঙাৰপাক),নাবিয়াল শেখ(৫০,হলদিবাৰী ),মুজাফৰ আলী(৪৫,মাজেৰ গাঁও),বদিয়াল শেখ(৩৬,হলদিবাৰী)আৰু ৰফিকুল হ’ক(২৪,চালাকাটি,বি টি এ ডি) বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে এই পাঁচ প্ৰবঞ্চকে ৰঙামাটি-হলদিবাৰীৰ সমীৰ আলী(৪০)ৰ ঘৰত তথাকথিত বনমানুহৰ হাড়ৰ ভেল্কীবাজি প্ৰদৰ্শন কৰি থাকোতে আৰক্ষীয়ে হাতে-লোটে ধৰে যদিও গৃহস্থ সমীৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে।

স্মৰ্তব্য যে ৰঙামাটি হলদিবাৰী অঞ্চলত এটা চক্ৰই এই ধৰণৰ অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি হনুমান মাৰ্কা পইচা, লাল পইচা, হুদু চৰাইৰ পাখি, স্টোন, মাইল পোষ্ট, পুৰণি বগা ,সেউজীয়া বটল , ১৮৬৬ চনৰ পইচা,  আদিৰ এক বৃহৎ চোৰাং ব্যৱসায় চলাই থকাৰ অভিযোগ দীর্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে।

Also Read: Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

আনহাতে,  চুবুৰীয়া পাহাৰীয়া ৰাজ্যখনৰ উপৰিও ৰাজস্থান, গুজৰাট,হাৰিয়ানা আদিৰ পৰা বিভিন্ন লোক এই চক্ৰৰ এজেণ্টৰ জৰিয়তে ইয়ালৈ আহি প্ৰবঞ্চিত হোৱাৰ খবৰো বিভিন্ন সময়ত ওলাই আছিল।

চাপৰ আৰক্ষীৰ এই অভিযানে উক্ত অভিযোগ সঁচা প্ৰমাণিত কৰিলে। বিশেষ সূত্ৰে জানিব পৰা মতে এই ধৰণৰ ঠগবাজি কৰা চক্ৰৰ কবলত পৰি বহুতৰে সৰ্বনাশ হৈছে।

তিলক চন্দ্র প্রসাদ, চাপৰ

তিলক চন্দ্র প্রসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd