• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আঁচনিৰ অধীনত চেক প্ৰদান

পৰিপুষ্টি আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ মাতৃ আৰু শিশু ৱাৰ্ডৰ আধাৰশিলা স্থাপন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 7, 2021 4:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত “পৰিপুষ্টি আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ মাতৃ আৰু শিশু ৱাৰ্ড”ৰ আধাৰশিলা স্থাপন কৰে।

ভাৰতীয় তেল নিগমৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই মাতৃ আৰু শিশু পৰিপুষ্টি ৱাৰ্ডৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে মাতৃ আৰু শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰিবৰ বাবে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই এটা আঁচনি লৈছিল আৰু তাৰ দ্বাৰা উপায়ুক্তগৰাকীয়ে ভালে সংখ্যক অপুষ্টিত ভোগা মাতৃ আৰু শিশুৰ অপুষ্টি দূৰ কৰিবলৈ সক্ষম হৈছে।

Apply Now

মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ বাবে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই আৰম্ভ কৰা “পৰিপুষ্টি আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ মাতৃ আৰু শিশু ৱাৰ্ড” নিৰ্মাণ কৰিবলৈ বঙাইগাঁও তেল শোধনাগাৰে আগবঢ়োৱা পুঁজিৰে উক্ত কাম অভিযন্তাক দিনে নিশাই কৰি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনায়।

বিধায়কগৰাকীয়ে কয় যে বঙাইগাঁওবাসী ৰাইজৰ এনে কিছুমান সমস্যা আছে যি সমস্যা চৰকাৰী পুঁজিৰে সমাধান কৰা সম্ভৱ নহয়। বঙাইগাঁও শোধনাগাৰে বিগত দিনতো সামাজিক দায়ৱদ্ধতাৰে বিভিন্ন কামত সহায় কৰি আহিছে আৰু ভৱিষ্যতেও বঙাইগাঁৱৰ অন্যান্য কামত সহায় আগবঢ়াই যাবলৈ ভাৰতীয় তেল নিগমক অনুৰোধ জনায় বিধায়ক চৌধুৰীয়ে ৷

উল্লেখ্য যে এই অনুষ্ঠানতেই বঙাইগাঁৱৰ ৯ গৰাকী কোভিডত স্বামীক হেৰুৱা বিধৱাক “মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আঁচনি”ৰ অধীনত প্ৰতিগৰাকীকে ২.৫০লাখ( দুই লাখ পঞ্চাশ হেজাৰ)টকাৰ চেক প্ৰদান কৰা হয়।

বিধায়ক চৌধুৰীয়ে সমূহ ৰাইজক কোভিডৰ পৰা হাত সাৰি থাকিবলৈ সকলো কোভিড বিধি মানি চলিবলৈ আহ্বান জনায় যাতে পুনৰ কোভিডত কোনো লোকৰ জীৱন হানি নহয়। অনুষ্ঠানত উপায়ুক্ত ডা: এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও তেল শোধনাগাৰৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকৰ সহায়-সহযোগিতাৰ বাবে।

তদুপৰি তেওঁ কয় যে কোভিড এতিয়াও শেষ হোৱা নাই। গতিকে সমূহ ৰাইজক কোভিড বিধি ভালদৰে মানি চলিবলৈ আৰু দুয়োপালি টিকা গ্ৰহণ কৰি নিজকে সুৰক্ষিত থাকিবলৈ আহ্বান জনায়।

সভাত বঙাইগাঁও তেল শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ প্ৰতীম বৰুৱায়ো বক্তব্য ৰাখে। অনুষ্ঠানত বঙাইগাঁও তেল শোধনাগাৰৰ উপ মহা প্ৰৱন্ধক সীতা বৰুৱা, অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)পংকজ চমুৱা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা:পি কে ৰয়, লোকনিৰ্মাণ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd