DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেংকৰ ধৰ্মঘটৰ ফলত পৰি ৰৈছে ২৩,০০০কোটি টকাৰ চেক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2020 5:43 pm
Story-1-25-1140x570

বেংক কৰ্মচাৰীসকলে ত্ৰিপুৰাত শুকুৰবাৰে দুদিনীয়া বেংক ধৰ্মঘটত অংশ লৈছে। ফটো: নৰ্থইষ্ট নাও

836
VIEWS
Share on FacebookShare on Twitter

দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণৰ দাবীত বেংক কৰ্মীসকলে পালন কৰা দুদিনজোৰা ধৰ্মঘটৰ ফলত শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বেংক সেৱাত ব্যাপক প্ৰভাৱ পৰে।

বেছিভাগ বেংকৰ শাখাই বন্ধ থকাৰ লগতে বহু এটিএমত নগদ ধন নোহোৱা হৈ পৰিছে।

নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থা  (AIBEA) সাধাৰণ সম্পাদক  চিএইচ ভেংকটাচলমে জানিবলৈ দিয়ে যে প্ৰায় প্ৰায় ২৩,০০০ কোটি টকাৰ প্ৰায় ৩১ লাখ চেক মুম্বাই, চেন্নাই আৰু দিল্লীত ধৰ্মঘটৰ বাবে ক্লিয়েৰ নোহোৱাকৈ পৰি ৰৈছে।

উত্তৰ-পূৰ্বাঞ্চলতো পৰিস্থিতি একেই আৰু ইয়াতো লক্ষাধিক চেক ক্লিয়েৰ নোহোৱাকৈ পৰি ৰৈছে।

দেশখনত বেংকৰ লেনদেনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

অৰ্থনৈতিক জৰীপ দাঙি ধৰা আজিৰ এই দিনটোতে ধৰ্মঘট পালন কৰা হৈছে আৰু শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ দ্বিতীয়খন বাজেট উত্থাপন কৰিব।

বেংক কৰ্মচাৰীসকলে লগতে কয় যে বেংকৰ দৰমহাৰ সংশোধনৰ মীমাংসা ২০১৭ৰ নৱেম্বৰৰ পৰাই পৰি আছে যাৰ অন্তিমটো মীমাংসা সেই বছৰৰে অক্টোবৰতে সম্পন্ন হৈছিল।

বেংক মেনেজমেন্ট আৰু আৰু ইণ্ডিয়ান বেংকছ এছোচিয়েশ্যন (আই বি এ) য়ে মূল্যবৃদ্ধি আৰু কৰ্মচাৰীসকলৰ কামৰ হেচাৰ প্ৰতি লক্ষ্য ৰাখি সামান্যতম দৰমহা বৃদ্ধিৰে তেওঁলোকৰ দাবীৰ মীমাংসা কৰিবলৈ আগবাঢ়ি অহা নাই।

অৱশ্যে, এই সন্দৰ্ভত বিগত ৩০ মাহ ধৰি আলোচনা অব্যাহত আছে।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd