• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিদিনীয়াকৈ ষঠ পূজা, সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো উৎসাহ-উদ্দীপনাৰে পূজা উদযাপন

কি কি বিধি পালন কৰা হয় ষঠ পূজাত?

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 11, 2021 3:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ষঠ পূজা। সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হৈছে ষঠ পূজা।

দেশৰ আন আন অঞ্চলৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ মৰা চম্পাৱতী নৈৰ সূতিত আন আন বছৰৰ দৰে এই এইবাৰো সূৰ্য্য উপাসনাৰ ব্ৰত “ষঠ পূজা” পালন কৰা হৈছে। আজি সন্ধিয়া নৈৰ ঘাটত ব্ৰত কৰা সকলে অস্তগামী সূৰ্য্যক পূজা অৰ্চনা কৰি অৰ্ঘ প্ৰদান কৰিব।

কাইলৈ অৰ্থাৎ বৃহস্পতি বাৰে পুৱতি নিশা নৈৰ ঘাটৰ পূজাস্থলীত (পানীত নামি) উদিত সূৰ্য্যক আৰাধনা তথা পূজা অৰ্চনা কৰিব।

Apply Now

এই পূজা চাৰি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰথম দিনা নাহায় খায়, দ্বিতীয় দিনা খৰ্ণা পূজা , তৃতীয় আৰু চতুৰ্থ দিনা নৈৰ ঘাটত সূৰ্য্যক আৰাধনা কৰি কঠিন ব্ৰত পালন কৰা কৰা হয়।

এই ব্ৰত কৰা সকলে পূজাৰ প্ৰথম দিনাৰ লাও ভাত খোৱা পৰ্বৰ পিছৰে পৰা খর্ণা পূজাকে ধৰি একেবাৰে অন্তিম দিনা পুৱা সূৰ্য্য উদয় লৈকে প্ৰায় ৫৭( সাতাৱন্ন) ঘণ্টা নিৰ্জলা উপবাস কৰে।

আজি বুধবাৰে দিনৰ ১১ বজাত চাপৰৰ ব্ৰত ধাৰী সকলে পূজা অৰ্চনা কৰা পূজাস্থল মৰা চম্পাৱতী নৈৰ ঘাট পৰিদৰ্শন কৰি বিলাসীপাৰাৰ মহাকুমাধিপতি জয় শিবাণী আৰু চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈ যে পূজাৰ কাম কাজ তথা সুবিধা- অসুবিধা সম্পৰ্কে বুজ লৈ উপস্থিত ৰাইজৰ লগত মত বিনিময় কৰে ।

চাপৰ ষঠ কমিটিৰ ফালৰ পৰা বিষযা দুজনক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰা হয়।

সূৰ্য্য উপাসনা তথা ষঠ পূজাৰ বাবে ব্ৰত ধাৰী সকলৰ লগতে সমূহ ৰাইজক অসম মাৰ্কেটিং বোৰ্ডৰ নৱনিযুক্ত সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহি , ADC নৱজ্যোতি পাঠক (বৰপেটা) ,মহকুমাধিপতি জয় শিৱানী , চক্ৰ বিষযা শান্তনু গগৈ, সাহিত্য সভাৰ কেন্দ্ৰীয় পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা , চাপৰ প্ৰেছ ক্লাবৰ সমূহ সদস্য তথা সম্পাদক ছাজিদ হুছেইন , কবি ধীমান দাস , ডাঃ এছ কুমাৰ , নিলাক্ষী কোৱৰ ( ঢালিগাওঁ) মিছ ইণ্ডিয়া কুইন দীপশিখা বোস (কোকৰাঝাৰ), বিশিষ্ট সমাজ কৰ্মী বিজয় কুমাৰ শৰ্মা(ধুবুৰী) অনিল কুমাৰ প্ৰসাদ (বঙাইগাঁও) বিশিষ্ট লেখক তিলক চন্দ্ৰ ৰায় , গংগাধৰ ৰায় ,সাংবাদিক প্ৰণয় ৰায় (বহলপুৰ ), ৰবি চৌধুৰী , ৰৌশন চৌধুৰী, জোৱালা মাল্লা, ভানু দাস , নন্দলাল মাল্লা , ডাঃ বি ছৌচাৰীয়া , ৰূপজ্যোতি পাঠক , আশাৰ কেন্দ্ৰীয় উপসভাপতি ৰেজান হোৰো আদিয়ে শুভ কামনা জ্ঞাপন কৰি শান্তি সম্প্ৰীতিৰে সকলোৰে মাজত ভাতৃত্বৰৰ এনাজৰী ডাল আৰু বেছি কটকটীয়া হব বুলি কামনা কৰিছে ।

চাপৰৰ লগতে বহলপুৰ, শালকোচা আৰু চিৰাকুটা ঠাইলৈয়ো গৈ এই পূজা সম্পৰ্কে এছ ডি অ চিভিল জয় শিবানী , চক্ৰ বিষয়া শান্তনু গগৈ , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে, আই চি বিপুল দাসে প্ৰস্তুতিৰ বুজ লয়।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd