• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মদ্যপান কৰি বিধানসভাত উপস্থিত মুখ্যমন্ত্রী ভগৱন্ত মান? বিৰোধীৰ গুৰুতৰ অভিযোগত তোলপাৰ পঞ্জাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:35 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ বিৰুদ্ধে শেহতীয়াকৈ এক চাঞ্চল্য্যকৰ অভিযোগ উত্থাপন হৈছে যাৰ ফলত ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। বিৰোধী দলৰ বিধায়কসকলে অভিযোগ কৰিছে যে মুখ্যমন্ত্রীয়ে মদ্যপান কৰি পঞ্জাৱ বিধানসভাৰ বিশেষ অধিবেশনত অংশগ্ৰহণ কৰিছে। এই গোটেই ঘটনাক কেন্দ্ৰ কৰি বিধানসভাৰ ভিতৰত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় যদিও মুখ্যমন্ত্রীয়ে সকলোকে শান্ত থাকিবলৈ অনুৰোধ জনায়। তেওঁ বিৰোধী বিধায়কসকলক অহেতুক তৰ্কাতৰ্কি এৰি বিধানসভাৰ মর্যদা আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

পঞ্জাৱৰ এজন কংগ্ৰেছ বিধায়কে প্রথমতে এই অভিযোগ উত্থাপন কৰাৰ পিছতেই সদনত বিতৰ্কৰ সূত্রপাত হয়। বিৰোধী দলপতি প্রতাপ সিং বাজৱাই এই বিষয়টোক আৰু অধিক গুৰুত্ব দি দাবি কৰে যে বিধানসভাৰ প্ৰতিগৰাকী বিধায়কৰে এলকোহল মিটাৰৰ জৰিয়তে পৰীক্ষা কৰা উচিত। তেওঁ যুক্তি দিছে যে যিহেতু ৰাজ্যৰ মূৰব্বী তথা মুখ্যমন্ত্রীৰ বিৰুদ্ধেই এনে গুৰুতৰ অভিযোগ উঠিছে, সেয়েহে সত্যটো জানিবৰ বাবে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাটো প্রয়োজনীয় হৈ পৰিছে।

Apply Now

কেৱল কংগ্ৰেছেই নহয়, শিৰোমণি আকালি দলেও মুখ্যমন্ত্রীৰ বিৰুদ্ধে তীব্র আক্রমণাত্মক স্থিতি গ্ৰহণ কৰিছে। দলটোৱে বিধানসভাৰ ভিতৰৰ এক ভিডিঅ’ মুকলি কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শ্রমিক দিৱসৰ দিনা ভগৱন্ত মানে এনে আচৰণ কৰাটো অত্যন্ত লজ্জাজনক বুলি তেওঁলোকে অভিহিত কৰিছে। বিৰোধী বিধায়কসকলে ৰাইজক মুখ্যমন্ত্রীৰ আচৰণ লক্ষ্য কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁৰ এনে কার্যকলাপক তীব্র ভাষাৰে গৰিহণা দিছে।

ইমানতে ক্ষান্ত নাথাকি আকালি দলে মুখ্যমন্ত্রীক এক প্ৰত্যাহ্বান জনাইছে। তেওঁলোকে দাবি কৰিছে যে জনসাধাৰণৰ আগত নিজৰ স্বচ্ছতা প্রমাণ কৰিবলৈ ভগৱন্ত মানে অতি শীঘ্ৰে ‘ডোপ টেষ্ট’ বা মাদক দ্রব্যৰ পৰীক্ষা কৰাব লাগে। তেওঁলোকৰ মতে ইয়াৰ দ্বাৰাহে প্রকৃত সত্যটো সকলোৰে সন্মুখলৈ আহিব।

বিৰোধীৰ এই সকলোবোৰ হুলস্থূল আৰু অভিযোগৰ মাজতে মুখ্যমন্ত্রী ভগৱন্ত মানে নিজৰ পক্ষ সমৰ্থন কৰি কয় যে বিধানসভাৰ সেই বিশেষ অধিবেশনখন শ্রমিক দিৱসৰ সন্মানত আয়োজন কৰা হৈছিল। সেইবাবে তেওঁ বিৰোধীৰ অভিযোগক বিশেষ গুৰুত্ব নিদি সকলো সদস্যকে সদনৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু গঠনমূলক কামত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। তেওঁৰ মতে এনে বিতৰ্কই বিধানসভাৰ মর্যদাহানি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd