• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৰবানী সন্দৰ্ভত অসমৰ ইছলাম ৰাইজলৈ কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ?

কোন কোন অঞ্চলত মুছলমান ৰাইজে কোৰবানী দিব নোৱাৰিব? জনালে মুখ্যমন্ত্ৰীয়ে

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 9, 2022 5:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Condition of sacrificing animals ahead of Bakr-Id কাইলৈ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ। সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ব বকৰি ঈদ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, ৰাজ্যত গো-সুৰক্ষা আইন বলবৎ হোৱাৰ পাছত পূৰ্বৰ দৰে ৰাজ্যৰ ঈছলামধৰ্মী লোকসকলে ঈদ উদযাপন কৰিব পাৰিব নে?

এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে কোৰবানী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গো-সুৰক্ষা আইনৰ প্ৰসংগ তুলি ধৰি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত কোৰবানী সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Apply Now

লগতে পঢ়ক: Misuse of funds: ৰাজ ভঁড়াল উদং! পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি

মুখ্যমন্ত্ৰীয়ে কয়, “মই ইছলাম ধৰ্মাৱলম্বী লোকক অনুৰোধ কৰিম আমাৰ যি গো সুৰক্ষা আইন পাছ হৈছে সেই আইন অনুসৰি আন ধৰ্মৰ লোক থকা অঞ্চলত গৰু কোৰবানী দিয়া বা গো-মাংস ভক্ষণ কৰাটো আইনৰ দ্বাৰা স্বীকৃত নহয়।“

ইয়াৰোপৰি, এই সন্দৰ্ভত অন্য কেতবোৰ মন্তব্য দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

তেওঁ কয়, “ইয়াত কোনো আইনীভাৱে ব্যৱস্থা লোৱা, শাস্তি বিহা বা আৰক্ষী যোৱাৰ কথা নাই, ইছলাম ধৰ্মাৱলম্বী লোকসকলক ইমানেই আহ্বান জনাম যাতে আন ধৰ্মৰ লোক থকা অঞ্চলত এনেকুৱা জন্তু বা পশুৰ কোৰবানী নিদিব। যাতে আনজনৰ মনত দুখ নিদিয়ে”।

লগতে পঢ়ক: Sri Lanka President flees: ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ; ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন

বাকী যি ধৰ্মীয় ৰীতি নীতি আছে সেয়া সুন্দৰভাৱে পালন কৰিবলৈ অসমৰ ইছলামধৰ্মী লোকক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়।

আৰক্ষীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে কয়, “আপোনালোকো কাৰো পাছে পাছে দৌৰিব নালাগে। ৰাইজৰ প্ৰতি মোৰ বিশ্বাস আছে তেওঁলোকে আমাৰ আহ্বান শুনিব।‘’

য’ত অন্য ধৰ্মৰ লোক নাই তাত তেওঁলোকে অন্য ধৰ্মীয় ৰীতি নীতি পালন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “কিয়নো গো-সুৰক্ষা আইনে সেই ক্ষেত্ৰত একো কথা কোৱা নাই”।

লগতে পঢ়ক: এটা জৰাজীৰ্ণ পথ: সাংসদ, বিধায়কে গুৰুত্ব নিদিয়াত গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰাইজে

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে সঁহাৰি জনায় সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd