• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱগ্ৰহ শ্মশান নিৰামূহীয়া শিৱ মন্দিৰৰ নৱনিৰ্মিত গৃহ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2019 4:45 pm

2 min read

CM Sonowal

উদ্বোধন কৰা অৱস্থাত সোণোৱাল

458
VIEWS
Share on FacebookShare on Twitter

‘‘আজিৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজলৈ বহু প্ৰগতি কঢ়িয়াই আনিছে। যোগাযোগকে ধৰি সমাজৰ সকলো ক্ষেত্ৰৰে বিকাশ ঘটিছে। কিন্তু এই প্ৰগতিৰ সমান্তৰালভাৱে সমাজলৈ বহু প্ৰত্যাহ্বান আহিছে। মূল্যবোধৰ অৱক্ষয় ঘটিছে। এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ আমি আধ্যাত্মিক চেতনা শক্তিৰে নিজকে উদ্বুদ্ধ কৰিব লাগিব,’’ সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

আজি গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামূহীয়া শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰ গৃহ উদ্বোধন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে কয়।

সোণোৱালে কয় যে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আরু বন্ধুত্ব গঢ় দিবলৈ জনসাধাৰণ আধাত্মিক চিন্তা-চেতনাৰে জাগৃত হ’ব লাগিব। সকলোৱে সংকল্প ল’ব লাগিব যে আমি এনে কাম কৰিম যি কামে আন দহ জনক উদ্বুদ্ধ কৰি তুলিব আৰু তেওঁলোকৰ মনত আদৰ্শ গঢ়ি তুলিব। শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, সততা, নিষ্ঠাৰ দৰে মানৱীয় গুণৰ অধিকাৰী হ’ব পৰাকৈ নতুন চামটোৱে যাতে প্ৰাণ পাই উঠে সেই লক্ষ্যৰে সকলোকে কাম কৰিবলৈও মুখ্য মন্ত্ৰী সোণোৱালে আহ্বান জনায়।

শতিকা গৰকা শ্ৰী শ্ৰী নৱগ্ৰহ নিৰামূহীয়া শিৱ মন্দিৰ জনমানসত জাগ্ৰত ৰূপৰ বৈদ্যনাথ শিৱ ৰূপে পৰিগণিত বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই মন্দিৰ চৌহদৰ বাবে ভূমি দান কৰা কৰ্ণেল শিৱৰাম বড়াৰ লগতে নৱগ্ৰহ মন্দিৰ  আৰু শ্মশান পৰিচালনা সমিতিৰ সৈতে জড়িত বিহগী কবি ৰঘুনাথ চৌধাৰী, ডা০ ভূৱনেশ্বৰ বৰুৱা, ডা০ মাধৱ দাসৰ দৰে বৰণ্য ব্যক্তি সকলৰ ভূমিকাৰ কথাও স্মৰণ কৰে।

উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তপন কুমাৰ গগৈ, ভানপুৰা পীঠৰ শংকৰাচাৰ্য্য জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু, সমাজকৰ্মী ফণীন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd