DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ্মচাৰীৰ আত্মহত্যাৰ পাছত কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালৰ পুনৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 10:58 am
সমাধিত অসমৰ কাগজকল, মৃত ৫১, আত্মহত্যা দুজনৰ; বিজেপি বৰ্জনৰ আহ্বান কৰ্মচাৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

674
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’বই। প্ৰয়োজন হ’লে ইয়াৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কালি অৰ্থাৎ ৬ মে’ত নতুন দিল্লীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত এই মন্তব্য কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকক স্পষ্ট কে কয় যে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। যিকোনো প্ৰকাৰে হ’লেও কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলা হ’বই।

উল্লেখযোগ্য যে বিগত ২৭ মাহ ধৰি দৰমহা বঞ্চিত হৈ অহা নগাঁও কাগজ কলৰ কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰে অলপতে আত্মহত্যা কৰিছিল।

আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱৰ পূৰ্বে মজুমদাৰে- ‘মই আহিলো। মোৰ মৃত্যুৰ বাবে ভাৰত চৰকাৰেই দায়ী’ (I quit. GOI (Government of India) is responsible for my death) বুলি লিখি থৈ যায়। ইয়াৰ পিছতে মজুমদাৰৰ মৃত্যুক কেন্দ্ৰ কৰি চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

মন কৰিব লগীয়া যে আজি প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল। কল দুটাৰ কৰ্মচাৰীসকলে বাৰম্বাৰ চৰকাৰক অনুনয় বিনয় কৰাৰ পাছতো কোনো ফল ধৰা দেখা নগ’ল। যাৰ পৰিপ্ৰেক্ষিতত কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলে যন্ত্ৰনাময় জীৱন অতিবাহিত কৰিব লগা হৈছে।

এনে পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী সোণোৱালে কালি এনেদৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰি হ’লেও নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব বুলি কৰা ঘোষণা বিশেষ চৰ্চা লাভ কৰিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd