• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীক সাক্ষাৎ সোণোৱালৰ; স্মাৰকপত্ৰ যোগে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2019 6:58 pm
WhatsApp Image 2019-06-12 at 12.47.28 PM

প্ৰধান মন্ত্ৰীৰে সাক্ষাৎ সোণোৱালৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত সাক্ষাৎ কালত সোণোৱালে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ বাবে পূৰ্বৰ দৰে সহায়-সহযোগিতা কামনা কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে আলোচনাৰ সময়ত ৰাজ্যৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে প্ৰধান মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সোণোৱালে প্ৰদান কৰা স্মাৰক পত্ৰত অসমৰ বান আৰু গৰাখহনীয়া সমস্যা আৰু নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰসংগই মুখ্য স্থান পাই।

স্মাৰক পত্ৰত সোণোৱালে অসমৰ গৰাখহনীয়া সমস্যাক এছ ডি আৰ এফৰ গাইড লাইনত প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ আৰু অসমৰ দৰে ৰাজ্যসমূহত সঘনাই ঘটি থকা ধুমুহা আৰু বজ্ৰপাতৰ ঘটনাকো প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে বান প্ৰতিৰোধ, বানপানীৰ বাবে প্ৰস্তুতি, নিৰাময়, পুনৰ নিৰ্মাণ ইত্যাদি দিশ সমূহকো দুৰ্যোগ ব্যৱস্থাপনাৰ আওতালৈ অনাৰ বাবে আহ্বান জনায় যাতে ইয়াৰ অধীনত পৰ্যাপ্ত পুঁজি আগবঢ়াব পৰা যায়।

লগতে এছ ডি আৰ এফৰ অনুদান আৰ্হি বৰ্তমানৰ ৯০ : ১০ পৰিবৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০ শতাংশ সাহায্য অনুদান হিচাপে ৰূপায়ণ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে, স্মাৰক পত্ৰখনত মুখ্য মন্ত্ৰীয়ে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে গুৰু উদ্যোগ বিভাগে প্ৰস্তুত কৰা পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰাৰ জৰিয়তে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা ল’বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

আকৌ, প্ৰধান মন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত যোগ্যতাসম্পন্ন ৰাজ্যখনৰ বাদ পৰি যোৱা হিতাধিকাৰীসকলকো এই যোজনাখনৰ স্থায়ী ৱেটিং লিষ্টত অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ব্যৱস্থা কৰিবলৈ আহ্বান জনায় যাতে এই সকল হিতাধিকাৰীয়েও নিৰাপদ পকীঘৰ লাভ কৰিব পাৰে।

মুখ্য মন্ত্ৰী সোণোৱালে অৰ্পন কৰা স্মাৰকপত্ৰত তাৰোপৰি ঔদ্যোগিক বিনিয়োগ, নগৰ উন্নয়ণ, মীন, পথ আৰু দলং, পৰ্যটন, স্বাস্থ্য, শক্তি, জলসম্পদ ইত্যাদি খণ্ডত ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক পৰিমাণৰ পূজি আশা কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক সকলো সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে বুলি সোণোৱালে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd