• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলীয় মতানৈক্যই ল’লে হিংসাত্মক ৰূপ! কংগ্ৰেছৰ আভ্যন্তৰীণ বিবাদত দুজন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2025 4:51 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাত এখন বেনাৰ স্থাপনক লৈ কংগ্ৰেছৰ দুটা ফৈদৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত এজন কংগ্ৰেছ কৰ্মী আৰু এগৰাকী গাঁও পঞ্চায়তৰ সদস্য নিহত হয়। শুক্ৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত কেলমাদেশ্বৰ মঠ ৰোডৰ সমীপত এই ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

নিহত ব্যক্তি দুজনৰ ভিতৰত এজনক গণেশ গৌড় (৩৮) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, এখন বেনাৰক লৈ হোৱা বিতৰ্কই পিছলৈ সংঘৰ্ষৰ ৰূপ লৈছিল আৰু এই সময়তে গণেশ গৌড়ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। তেওঁক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই সংঘৰ্ষত আন এজন গাঁও পঞ্চায়তৰ সদস্যৰো মৃত্যু ঘটিছে।

Apply Now

আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে চাৰিজন অভিযুক্তক আটক কৰিছে আৰু আন তিনি জন পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাৰ আগতে চহৰৰ এখন বাৰৰ ওচৰত দুয়োটা দলৰ মাজত মতানৈক্য সৃষ্টি হৈছিল, যিটো পিছলৈ হিংসাত্মক সংঘৰ্ষলৈ পৰিণত হয়।

এই সংঘৰ্ষত বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিক্কামাগালুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমানো দুজন লোক চিকিৎসাধীন অৱস্থাত আছে।

জিলাৰ আৰক্ষী অধীক্ষক বিক্ৰম আমাথে জনাইছে যে, তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে আৰু দোষীক আটক কৰিবলৈ এটা বিশেষ আৰক্ষী গোট গঠন কৰা হৈছে।

ইফালে, বেংগালুৰুত থকা মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই এই ঘটনাটোৰ সন্দৰ্ভত চিক্কামাগালুৰ আৰক্ষীৰ পৰা বিস্তৃত তথ্য বিচাৰে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। X (পূৰ্বৰ টুইটাৰ) প্লেটফৰ্মত প্ৰকাশ কৰা এটা প’ষ্টত তেওঁ গণেশ গৌড়ৰ হত্যাকাণ্ডৰ তীব্ৰ নিন্দা জনাই কয় যে, গৌড়ৰ মৃত্যুত তেওঁ “নিজ পৰিয়ালৰ এজন সদস্য হেৰুৱাৰ দৰে দুখ পাইছে।”

এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে সম্ভাৱ্য পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd