• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লাডাখ সংকটৰ মাজতে চীনৰ সৈতে কি কথা পাতিলে পাকিস্তানে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2020 6:14 pm

1 min read

THAVDCHINAPAK
533
VIEWS
Share on FacebookShare on Twitter

 

লাডাখ সীমান্তত এতিয়া বিৰাজ কৰিছে যুদ্ধ সদৃশ পৰিবেশ।

যিকোনো মূহুৰ্ততে ভাৰতৰ ওপৰত জঁপিয়াই পৰিব পাৰে চীন।

এনে এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ মাজতে দেওবাৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিয়ে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

দুয়োখন দেশৰ বিদেশ মন্ত্ৰী দুগৰাকীয়ে টেলিফোনিক বাৰ্তালাপত ভাৰত আৰু পাকিস্তানৰ মাজত দশকৰ পিছত দশক ধৰি উত্তেজনাৰ সৃষ্টি কৰি অহা কাশ্মীৰ প্ৰসংগত বিশেষকৈ কথা পাতে।

কাশ্মীৰক পুনৰ নিজৰ বুলি দাবী কৰি পাকিস্তানৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কাশ্মীৰত ভাৰতে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা কৰি থকা বুলি অভিযোগ কৰে।

কুৰেশ্বিয়ে কয় যে ৰাষ্ট্ৰসংঘৰ বিধি উলংঘা কৰি ভাৰতে কাশ্মীৰৰ জনগাঁথনিৰ পৰিৱৰ্তন ঘটাব পৰা কেতবোৰ কাম কৰি আছে।

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ২০০৩ চনৰ যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি পাক ভূমিলৈ অহৰহ গুলী নিক্ষেপ কৰি থকা বুলিও কুৰেশ্বিয়ে অভিযোগ কৰে।

কাশ্মীৰৰ পৰা ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ প্ৰসংগতো তেওঁ বিষোদগাৰ  প্ৰকাশ কৰে।

পাকিস্তানে সদায় ৱান চাইনা নীতিক সমৰ্থন জনাই যাব বুলিও কুৰেশ্বিয়ে কয়।

ইপিনে পাকিস্তানক সকলো প্ৰকাৰৰ সহায় কৰিব বুলি চীনৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কথা দিয়ে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd