• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক বিদ্ৰোহত থৰকাছুটি এৰা কেন্দ্ৰীয় মন্ত্ৰীয়ে ক’লে; ‘শত্ৰু ৰাষ্ট্ৰ চীন-পাকিস্তানৰ হাত আছে কৃষক বিদ্ৰোহত!’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2020 9:58 am
index.jpgx
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক বিদ্ৰোহৰ দৃঢ়তা তথা অটল স্থিতিত যেন থৰকাছুটি হেৰুৱাৰ উপক্ৰম হৈছে কেন্দ্ৰীয় চৰকাৰৰ।

বিদ্ৰোহী কৃষক সংগঠনৰ দৃঢ় স্থিতিৰ বাবে একেৰাহে ষষ্ঠলানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ যে শংকিত হৈছে সেয়া স্পষ্ট হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আচাৰ আচৰণ আৰু কথা বতৰাত।

Apply Now

আলোচনা ব্যৰ্থ হোৱাৰ পিছত ইতিমধ্যে কৃষক সংগঠনসমূহে অব্যাহত থকা আন্দোলনৰ সমান্তৰালভাৱে নতুন কাৰ্যসূচীও ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতে থৰকাছুটি হেৰুৱাৰ উপক্ৰম হৈছে কেন্দ্ৰীয় চৰকাৰৰ।

কৃষক সংগঠনসমূহক সৈমান কৰিবলৈ ব্যৰ্থ হৈ শংকিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে এতিয়া কৃষক বিদ্ৰোহক শত্ৰু ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ ষড়যন্ত্ৰ ফচল বুলি দাবী কৰিছে।

কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা, খাদ্য আৰু বিতৰণ ৰাজ্যমন্ত্ৰী ৰাওচাহেব দানৱে-এ বুধবাৰে দাবী কৰিছে যে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা কৃষক বিদ্ৰোহত ভাৰতৰ শত্ৰু চীন আৰু পাকিস্তানৰ হাত আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে ভাৰতৰ শত্ৰু দেশসমূহে কৃষকক ভুলকৈ বুজাই তেওঁলোক প্ৰৰোচিত কৰিছে।

দানৱে-এ নিজেই প্ৰৰোচনামূলকভাৱে কয় যে চীন আৰু পাকিস্তানে ভাৰতৰ মুছলমানসকল শংকিত বুলি প্ৰচাৰ কৰি আহিছে। CAA আৰু NRC আহিলে মুছলমানসকলে এই দেশ এৰি যাব লাগিব বুলি কৈ আহিছে।

কিন্তু বিগত ছমাহে এই দেশৰ এজনো মুছলমানে কি দেশ এৰি গৈছ? এই প্ৰশ্ন কৰি মন্ত্ৰী গৰাকীয়ে দাবী কৰে যে মুছলামনক প্ৰৰোচিত কৰা অপচেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত এইবাৰ কৃষকসকলক প্ৰৰোচনাত কৰাত নামিছে। এয়া বিদেশী শক্তিৰ ষড়যন্ত্ৰ বুলিও তেওঁ দাবী কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই অদ্ভূত, দায়িত্বহীন আৰু বিতৰ্কিত মন্তব্যই শান্তিপূৰ্ণ কৃষক প্ৰতিবাদী পৰোচিত কৰিব বুলি আশংকা কৰা হৈছে।

কৃষক সংগঠনসমূহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই দায়িত্বহীন তথা বিতৰ্কিত মন্তব্যক কেনেদৰে গ্ৰহণ কৰি সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd