• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ এইখন দেশক হেঁচা দিছে চীনে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2021 4:13 pm

1 min read

taiwan foreign Minister

তাইওৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ উৱ'।

285
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিবলৈ চীনে পাৰাগুৱেক হেঁচা দিয়া বুলি মন্তব্য কৰিছে তাইওৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ উৱে।

উল্লেখ্য যে তাইওৱান এখন স্বাধীন ভূখণ্ড হিচাপে স্বীকৃতি দিয়া দেশসমূহৰ ভিতৰত লেটিন আমেৰিকাৰ দেশ পাৰাগুৱেও আছে।

তাইওৱানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰ’নাৰ ভেকচিন কিনাৰ ক্ষেত্ৰত ভেকচিন উৎপাদনকাৰী দেশসমূহক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

তাইওৱানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ইতিমধ্যে পাৰাগুৱেখ এক লাখ ড’জ কৰ’নাৰ ভেকচিন দিয়াৰ কথা ঘোষণা কৰিছে।

চীন আৰু তাইওৱানৰ মাজৰ সংঘাত বহু পুৰণি আৰু তাইওৱানত নিজৰ কৰ্তৃত্ব স্থাপনৰ বাবে বেইজিঙে সামৰিক পদক্ষেপ ক্ষিপ্ৰতৰ কৰি তুলিছে।

বিগত কেইবামাহ ধৰি তাইওৱানৰ আকাশমাৰ্গৰ সীমান্তত চীনে দৈনিক যুদ্ধ বিমানৰ আখৰা চলাইছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd