• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ শংকা! গালৱানত ২ কিলোমিটাৰ পিছ হুহুকিল চীনা সৈন্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 3:36 pm
main-qimg-70c483c6f971d7f3ba3d65908a7da21d

ফটো সৌজন্য: Quora.com

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ সীমান্তত ভাৰত-চীনৰ মাজত চলি থকা যুদ্ধমুখী পৰিস্থিতিত ভাৰতে এক দৃঢ় স্থিতি লাভ কৰিছে।

ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ আশংকাত প্ৰায় ২ কিলোমিটাৰ পিছুৱাই গৈছে চীনৰ সৈন্য বাহিনী।

Apply Now

আনহাতে, সংঘৰ্ষৰ কেন্দ্ৰস্থলৰ পৰা ভাৰতেও নিজৰ সেনা বাহিনী এক কিলোমিটাৰ ভিতৰলৈ লৈ আনিছে।

যোৱা মে’ মাহত গালৱানত চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ সেনাই ঘাটি স্থাপন কৰিছিল।

বাতৰি অনুসৰি, গালৱান উপত্যকাত ১০০ৰো অধিক অস্থায়ী শিৱিৰ স্থাপন কৰিছিল চীনৰ সেনাই। কেইবাহাজাৰো সৈনিক তাত সমবেত হৈছিল।

বিগত প্ৰায় দুসপ্তাহ ধৰি চীনৰ সেনাক উভতি ধৰিবলৈ ভাৰতীয় সেনায়ো প্ৰস্তুতি গঢ়ি তুলিছিল। কেইবাহাজাৰো সেনা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰি ৰখা হৈছিল।

কিন্তু বুধবাৰে চীনৰ সৈন্য নিজৰ অৱস্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ পিছ হুহুকি যায়।চীনৰ সেনাৰ প্ৰত্যাগমনৰ পাছতে ভাৰতীয় সেনায়ো এক কিলোমিটাৰ পিছুৱাই আহে।

গালৱান উপত্যকাত থকা ভাৰত আৰু চীনৰ সেনাৰ তিনিটা যুদ্ধকেন্দ্ৰৰ এটাৰ পৰা বুধবাৰে চীনৰ সেনা পিছুৱাই গৈছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি গালৱান উপত্যকাত চীনৰ সেনা বাহিনীয়ে আক্ৰমণাত্মক স্থিতি প্ৰদৰ্শন কৰি আহিছিল।

হঠাৎ চীনৰ সেনা বাহিনীৰ এই পশ্চাদগমন সম্পৰ্কে কোনো স্পষ্ট কথা ক’ব পৰা হোৱা নাই যদিও এইবাৰ ভাৰতে গ্ৰহণ কৰা দৃঢ়তাৰ বাবেই চীনে ডোকলামৰ দৰে চাপ সৃষ্টি কৰাটো সম্ভৱ নহ’ব বুলিয়েই আঁতৰি যোৱাৰ ধাৰণা কৰা হৈছে।

আনহাতে, অহা শনিবাৰে সীমান্ত সমস্যাক লৈ দেশ দুখনৰ সেনা বাহিনীৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বিষয়াৰ বৈঠক অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd