DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি পবিত্ৰ বৰদিন,কলিয়াবৰতো উখল মাখল পৰিবেশ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 25, 2021 2:03 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

আজি পবিত্ৰ বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ বৰদিনক কেন্দ্ৰ কৰি চাৰিওফালে উখল মাখল পৰিবেশ বিৰাজ কৰিছে ।

কলিয়াবৰৰো বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে বৰদিন পালন কৰিছে।

কলিয়াবৰৰ ১৯২২ চনতে স্থাপন কৰা হাতীগাওঁ চাহ বাগিচাৰ পুৰণি গীৰ্জাটো বৰদিন উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে।
আনহাতে ২০২২ চনত শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰিব এই গীৰ্জাত।

আজিৰ এই পৱিত্ৰ বৰদিনৰ দিনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উপস্থিত হৈ সকলো খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলক বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক শতবৰ্ষ অনুষ্ঠানৰ মূল প্ৰৱেশদ্বাৰৰ ফিটা কাটি পথৰ শুভাৰম্ভ কৰে।

Recent News

Adani

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

Siddique Kappan

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd