• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ নিযুক্তি কেলেংকাৰিত এইবাৰ মুখ্য সচিবৰ ভাতৃ কুমাৰ সঞ্জিত কৃষ্ণক চিআইডিৰ তলব!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 2:03 pm
Kumar-Sanjit-Krishna-720x430

কুমাৰ সঞ্জিত কৃষ্ণ। ফটো সৌজন্য: প্ৰতিদিন টাইম।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ মূল অভিযুক্ত প্ৰাক্তন ডিআইজি পি কে দত্তৰ গ্ৰেপ্তাৰৰ পাছতে তদন্তকাৰী বিষয়াসকলে বহু বিস্ফোৰক তথ্য লাভ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে এই কেলেংকাৰিৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু কেলেংকাৰিৰ শিপা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে।

Apply Now

সংবাদ মাধ্যম অসমীয়া প্ৰতিদিনৰ বাতৰি অনুসৰি, চিআইডিয়ে এইবাৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক তলৱ কৰিছে।

বাতৰি অনুসৰি, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ো এই কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছে।

উল্লেখ্য যে দেওবাৰে কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।

শনিবাৰে এক সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দুই এদিনৰ ভিতৰতে প্ৰশ্নকাকত ফাদিল কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিছিল।

জানিব পৰা মতে, অক্ষয় টেলিকমিউনিকেশ্যনৰ সৈতে কুমাৰ সঞ্জিত কৃষ্ণৰ সংযোগ উদ্ধাৰ হৈছে। অক্ষয় টেলিকমিউনিকেশ্যনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাক গ্ৰেপ্তাৰৰ পাছতে তদন্তকাৰী বিষয়াসকলে কেলেংকাৰিটোৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।

কিন্তু এই তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ নাম পোহৰলৈ পাছতে উন্মোচিত হৈছে আন এক অধ্যায়।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ কুমাৰ সঞ্জিত কৃষ্ণৰ নাম তদন্ত সাঙোৰ খাই পৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া কিমান স্বচ্ছ হ’ব তাক লৈয়ো একাংশ মহলে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই চলিত অক্টোবৰ মাহৰ শেষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব। ইপিনে, তেওঁ চাকৰি কাল বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও এইক্ষেত্ৰত এতিয়ালৈকে কেন্দ্ৰৰ পৰা কোনো সেউজ সংকেত লাভ কৰা নাই।

উল্লেখ্য যে যোৱাবছৰ জুলাইত এয়াৰচেল মেক্সিছ গোচৰত চিবিআইয়ে দাখিল কৰা চাৰ্জশ্বীটত কুমাৰ সঞ্জয় কৃষ্ণৰ নামো অন্তৰ্ভুক্ত হৈছিল।

চিবিআইয়ে দিল্লীৰ পাটিয়ালা হাউচ আদালতত এয়াৰচেল মেক্সিছ গোচৰৰ  এক সজীৱ চাৰ্জশ্বীট দাখিল কৰিছিল। এই চাৰ্জশ্বীটত চিবিআইয়ে পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ নামো অন্তৰ্ভুক্ত কৰিছিল।

১৯৮৫বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আইএএছ সঞ্জয় কৃষ্ণ য়ুপিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বিত্ত বিভাগৰ যুটীয়া সচিবৰ দায়িত্বত আছিল।

কেন্দ্ৰত চাকৰিত থকাকালীন দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খাই পৰা কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিকাল বৃদ্ধি সম্ভাৱনা ক্ষীণ বুলিও এক সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰ অনুসৰি, ভাতৃ কেলেংকাৰিত সাঙোৰ খাই পৰাত কিছু অস্বস্ত্বিতো পৰিছে মুখ্য সচিবগৰাকী। ৰাজ্যৰ গৃহ বিভাগক কলংকিত কৰা এনে কাণ্ডৰ সৈতে ভাতৃ কুমাৰ সঞ্জিত কৃষ্ণ জড়িত হৈ পৰাটো প্ৰশাসনীয় মুৰব্বীগৰাকীৰ অভিলাষ পূৰণত হেঙাৰ হ’ব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd