• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিলিকি উঠিব শিৱসাগৰ চহৰ : ১০০ কোটিটকীয়া অভিলাষী আঁচনিত অনুমোদন চি আই ডি এফৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 20, 2018 6:49 am
Sivasagar
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যতম পৰ্য্যটন নগৰী শিৱসাগৰ নগৰৰ সৌন্দৰ্য্যবৰ্ধন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে চিটি ইনফ্ৰাচটাক্সাৰ ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) জৰিয়তে ১০০ কোটি টকাৰ আবণ্টন লাভ কৰিছে। এই কথা জানিবলৈ দিয়ে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলীয়ে।

“অসমৰ অন্যতম পৰ্য্যটনস্থলী শিৱসাগৰক এখন উন্নতমানৰ পৰ্য্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ শিৱসাগৰৰ ৰাইজে চৰকাৰ আৰু প্ৰশাসনক বহুবাৰ আৱেদন কৰি আহিছিল। অৱশেষত শিৱসাগৰবাসীৰ এই দাবী পূৰ হোৱাৰ পথত।” জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়।

Apply Now

এই আঁচনিৰ জৰিয়তে শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩৩.৮২ কোটি টকা লাভ কৰিব। এই ধনেৰে চাৰিমহলীয়া বৃহৎ ভৱনেৰে কেন্দ্ৰীয় বজাৰখন অত্যাধুনিক প্ৰকল্পৰ জৰিয়তে জিলিকি উঠিব আৰু পৌৰসভাৰ ৰাজহো বৃদ্ধি হব। ঠিক সেইদৰে ঐতিসাহিক শিৱসাগৰ পুখুৰী আৰু যমুনাৰ উন্নয়ন-সৌন্ধৰ্য্যবৰ্ধন, দিখৌ নদী আৰু পুৰণি দিখৌ দলঙৰ সৌন্দৰ্য্যবৰ্ধন আৰু সংৰক্ষণ, শিৱসাগৰ নগৰৰ দুখন শ্মশানত বৈদ্যুতিক চিতাৰ ব্যৱস্থা, নগৰৰ পাৰ্ক, পদপথ আৰু ডিভাইডাৰসমূহৰ উন্নয়ন, নগৰৰ নিৰ্বাচিত জনবহুল এলেকাত চি চি কেমেৰাৰ সংযুক্ত কৰাৰ লগতে নগৰৰ সম্পূৰ্ণ তথ্য সমূহ প্ৰজেক্টৰৰ যোগেদি প্ৰদৰ্শন, ৰয়িং আৰু ব’ৰ্টিং ক্লাৱৰ নিৰ্মাণ আৰু সৌন্দৰ্য্যবৰ্ধন, নগৰত স্বয়ংচালিত ট্ৰেফিক ছিগনেলক ব্যৱস্থা, শতবৰ্ষ গৰকা টেনিছ ক্লাবৰ পুনৰ নিৰ্মাণ, নগৰৰ প্ৰৱেশৰ দুয়োটা মূল পথত আদৰণি তোৰণ, নগৰৰ নলা নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে মেৰামতি কৰা আৰু তাই যাদুঘৰৰ উন্নয়নৰ ব্যৱস্থা কৰা হ’ব বুলি জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, পৌৰপতি মৃদুস্মিতা সিংহ আৰু উপ-পৌৰপতি আজাদ আলমৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এই  অত্যাধুনিক আঁচনিখনে অনোমোদন লাভ কৰা বুলি কয়। এই ক্ষেত্ৰত সংসদ কামাখ্যাপ্ৰসাদ তাচাৰো যথেষ্ট অৱদান আছে বুলি উন্নয়ন আয়ুক্তগৰাকীয়ে স্বীকাৰ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd