• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিগাৰেট সেৱনে আঁতৰাই ৰাখে ক’ৰ’না ভাইৰাছ! কি কয় ফ্ৰান্সৰ গৱেষকৰ দলে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 9:19 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিগাৰেট আদি ধঁপাতজাতীয় সামগ্ৰীত থকা নিকোটিনে মানুহৰ শৰীৰক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে, ফ্ৰান্সত হোৱা এক গৱেষনাত এই কথা পোহৰলৈ আহিছে। livemint এক বাতৰিত প্ৰকাশ।

অৱশ্যে COVID-19ৰ চিকিৎসা বা এই ৰোগ প্ৰতিৰোধ কৰাত নিকোটিন ব্যৱহাৰ যোগ্য হয় নে নহয় তাক লৈ এতিয়াও গৱেষকৰ দলটো স্পষ্ট হোৱা নাই, এইক্ষেত্ৰত তেওঁলোকে আৰু অধিক পৰীক্ষাৰ কৰাৰ পৰিকল্পনা কৰিছে।

Apply Now

গৱেষকৰ দলটোৱে পেৰিছৰ এখন আগশাৰীৰ চিকিৎসালয়ত ৩৪৩ গৰাকী COVID-19 ৰোগী আৰু ক’ৰ’না ভাইৰাছৰ সামান্য লক্ষণ দেখোৱা ১৩৯ গৰাকী ব্যক্তিক পৰীক্ষা কৰাৰ পিছত এই ফলাফল পোৱা যায়।

তেওঁলোকৰ মতে ক’ৰ’নাত আক্ৰান্ত বা লক্ষণ দেখা দিয়াসকলৰ মূঠেই কম সংখ্যকেহে চিগাৰেট সেৱন কৰে। ফ্ৰান্সত চিগাৰেট সেৱন কৰা লোকৰ সংখ্যা হৈছে দেশখনৰ মূঠ জনসংখ্যাৰ ৩৫শতাংশ।

‘ৰোগীসকলৰ ভিতৰত মাত্ৰ ৫ শতাংশ চিগাৰেট সেৱনকাৰীহে আছে,’ গৱেষক দলটোৰ এগৰাকী সদস্য তথা অভ্যন্তৰীণ চিকিৎসাশাস্ত্ৰৰ অধ্যাপক জাহিৰ আমৌৰাই (Zahir Amoura) কয়।

দলটোৰ আন এগৰাকী সদস্য তথা প্ৰখ্যাত neurobiologist জাঁ-পিয়েৰ চাঁ (Jean-Pierre Changeux)ৰ মতে নিকোটিন আমাৰ দেহৰ কোষ সংগাহী ইন্দ্ৰিয় (cell receptors)ত  লিপিট খাই লাগি ধৰিব পাৰে, ফলত ই ভাইৰাছবিধ জীৱকোষত প্ৰৱেশ কৰা আৰু দেহত বিয়পী পৰাত বাধা দিয়ে।

গৱেষকৰ দলটোৱে এইক্ষেত্ৰত অধিক পৰীক্ষাৰ বাবে ফ্ৰান্সৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে।

অৱশ্যে তেওঁলোকে এতিয়াই কাকো ক’ৰ’না ভাইৰাছৰ পৰা বাচিবলৈ চিগাৰেট সেৱন কৰিবলৈ পৰামৰ্শ নাই দিয়া।

‘আমি কেতিয়াও নিকোটিনৰ ক্ষতিকৰ দিশসমূহ পাহৰিব নালাগে,’ দেশখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়া জিৰ’ম ছাল’ম’ন (Jerome Salomon)এ কয়।

উল্লেখযোগ্য যে এইপৰ্যন্ত ফ্ৰান্সত ২১,০০০ হাজাৰতকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশখনত চিগাৰেট সেৱন সংক্ৰান্তীয় কাৰণত প্ৰতি বছৰে প্ৰায় ৭৫,০০০ হাজাৰ লোকৰ মৃত্যু হয়।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd