• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিনে-পোহৰে বিমানবন্দৰত বন্দুকৰ গুলীৰ শব্দ! শৌচাগাৰৰ পৰা উদ্ধাৰ CISF জোৱানৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 7:56 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানবন্দৰত কৰ্তব্যৰত চিআইএছএফৰ এজন কনিষ্টবলে নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে। শনিবাৰৰ এই ঘটনাৰ বাবেই ছুৰাট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশৃংখলতা বিয়পি পৰে।

খবৰ অনুসৰি শনিবাৰে বিয়লি গুজৰাটৰ চুৰাট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বন্দুকৰ গুলীৰ শব্দই জোকাৰি গৈছিল। এই শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে খৰধৰকৈ জৱানৰ মৃতদেহটো শৌচাগাৰৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাই বিমানবন্দৰত আতংকৰ সৃষ্টি কৰে। প্ৰথম অৱস্থাত জনা গৈছে যে জোৱানজনে নিজৰ বন্দুকৰ পৰা গুলীচালনা কৰি আত্মহত্যা কৰিছিল। তেওঁৰ পেটত গুলী লাগিছিল বুলি জানিব পৰা গৈছে।

Apply Now

আৰক্ষী সূত্ৰৰ মতে, চুৰাট বিমানবন্দৰত প্ৰায় ২:১০ বজাত হঠাতে গুলীৰ গুলীৰ শব্দ শুনা যায়। মৃত জোৱানৰ নাম কিষাণ সিং। জয়পুৰ নিবাসী যুৱকজনে চুৰাট বিমানবন্দৰত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। সিদিনা দুপৰীয়া হঠাৎ বিমানবন্দৰৰ শৌচাগাৰলৈ গ’ল। তাতে তেওঁ নিজৰ বন্দুক গুলিয়াই আত্মহত্যা কৰে।

মৃতকৰ সহকৰ্মীক সোধা-পোছা কৰাৰ পাছত আৰক্ষীয়ে গম পায় যে যোৱা কেইদিনমানৰ পৰা জোৱানজন ভাল নহয়। অনুমান কৰা হৈছে যে তেওঁৰ কিবা পাৰিবাৰিক সমস্যা আছিল। কোনেও গম পোৱা নাছিল যে তেওঁ হঠাতে এনে পদক্ষেপ ল’ব।

ঘটনাৰ পাছতে তেওঁক শীঘ্ৰে উদ্ধাৰ কৰি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কোনো ফল নাপায়। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। স্বাভাৱিকতে দুপৰীয়া বিমানবন্দৰত এনে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

আৰক্ষীয়ে খৰধৰকৈ বিমানবন্দৰৰ সেই অংশটো ঘেৰি ধৰিলে। ঘটনাৰ তদন্ত আৰম্ভ হৈছে। জোৱানজনে কিয় আত্মহত্যা কৰিলে বা ভুলবশতঃ বন্দুকটো গুলিয়াই দিলে সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাতত আহিলে সকলো স্পষ্ট হ’ব বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd