• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰ খাতিৰত ভাৰতে নিষিদ্ধ কৰিলে We Transfer

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 6:02 pm
ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দূৰসংযোগ বিভাগে ৰাজহুৱা স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ দৰ্শাই ভাৰতত বিশ্বৰ অন্যতম জনপ্ৰিয় ই-ফাইল ট্ৰেন্সফাৰ ছাৰ্ভিচ প্ৰভাইডাৰ We Transferক নিষিদ্ধ কৰিছে। বাতৰিত প্ৰকাশ।

ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ ফলত দেশৰ লাখ লাখ লোকে ঘৰৰ পৰা কাম চলাই খকাৰ সময়ত দেশৰ টেলিকম বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্ত মন কৰিবলগীয়া।

Apply Now

We Transferৰ জৰিয়তে য়ুজাৰসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ ২ জিবি পৰ্যন্ত যিকোনো ধৰণৰ ফাইল স্বেয়াৰ কৰিব পাৰে। যদি কোনো য়ুজাৰে পেইড ভাৰ্ছনটো ব্যৱহাৰ কৰে তেওঁ ২০ জিবি পৰ্যন্ত ফাইল ট্ৰেন্সফাৰ কৰিব পাৰে।

ইয়াৰ বিপৰীতে ই-মেইলৰ জৰিয়তে ইমান ডাঙৰ ফাইল ট্ৰেন্সফাৰ কৰাটো সাধাৰণতে সম্ভৱ নহয়।

Mumbai Mirror-ত প্ৰকাশিত এক বাতৰি মতে, ভাৰতত সেৱা আগবঢ়াই থকা সকলো ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ (ISP)ক টেলিকম বিভাগে যোৱা ১৮ মে’ত We Transfer ৱেবছাইটৰ মূল URLৰ লগতে ৱেবছাইটোৰ দুটা বিশেষ পে’জৰ URL বাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে নেডাৰলেণ্ডৰ এমষ্টাৰ্ডামস্থিত ই-প্ৰতিষ্ঠান We Transfer মূলত এক মেছেন্জাৰ সেৱাহে, স্বেয়াৰ কৰা ফাইলৰ তথ্য ই লাভ নকৰে। অৱশ্যে কোনো লোকে এই সেৱাৰ অপব্যৱহাৰৰ লগতে ইয়াৰ জৰিয়তে স্পৰ্শকাতৰ তথ্য (content) ট্ৰেন্সফাৰ কৰিব পাৰে বুলি উল্লেখ কৰি দূৰসংযোগ বিভাগে ইয়াক নিষিদ্ধ কৰিছে।

জানিব পৰা মতে সমগ্ৰ বিশ্বত ৫ কোটিতকৈ অধিক য়ুজাৰে We Transferৰ জৰিয়তে প্ৰতি মাহে ১০০ কোটিতকৈ অধিক ফাইল বিনিময় কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd