• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীপাৱলীত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ভংগ : মহানগৰীত ১০০ জন লোকক আটক আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2018 10:10 am

1 min read

Diwali-750x375

প্ৰতিনিধিত্বমূলক ছবি

166
VIEWS
Share on FacebookShare on Twitter

শব্দ প্ৰদূষণৰ সৃষ্টি কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অপৰাধত দীপাৱলীৰ সময়ত মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১০০জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে এই সন্দৰ্ভত জানিবলৈ যে ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে ১৫টা গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে দিল্লী আৰক্ষীয়েও দিল্লীত দীপাৱলীৰ কেইদিনত ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অপৰাধত ৩১০জন লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত ইতিমধ্যে ৫৬২টা গোচৰ ৰুজু কৰিছে।

সেই একেই ধাৰাত গুৱাহাটীতো মহানগৰ আৰক্ষীয়ে ১০০জন লোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত ধাৰাৰ অধীনত এমাহৰপৰা ছয় মাহ পৰ্যন্ত কাৰাৱাস তথা জৰিমনা বিহাৰ আইনগত ব্যৱস্থা আছে।

উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত এটা গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে দীপাৱলীত কেৱল ৰাতি ৮ বজাৰ পৰা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব। একাংশ লোকে দীপাৱলীত অবিবেচনাৰে অতি মাত্ৰা ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ আৰু শব্দৰ প্ৰদূষণ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে এই ধৰণৰ কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

তদুপৰি, নিৰ্দেশটোত দীপাৱলীত আতচবাজি ফুটোৱাৰ সময় ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্দ্ধাৰণ কৰি কোৱা হৈছিল যে কোনো অঞ্চলত এই নিয়ম উলংঘা হ’লে তাৰ বাবে দায়ী হ’ব সংশ্লিষ্ট অঞ্চলটো যি আৰক্ষী থানাৰ অধীনত পৰে তাৰ ভাৰপ্ৰাপ্ত বিষয়াজন।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd