• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইছলামিক আন্দোলনৰ দ্বাৰা ভাৰতত গৃহযুদ্ধ! পিএফআইৰ বিৰুদ্ধে বিস্ফোৰক দাবী কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 19, 2024 3:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ উগ্ৰপন্থী সংগঠন পিএফআইয়ে ইছলামিক আন্দোলনৰ দ্বাৰা ভাৰতত গৃহযুদ্ধৰ পৰিকল্পনা কৰিছে! ইডিয়ে এনে এটা চাঞ্চল্যকৰ দাবী কৰিছিল। কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ তথ্য অনুসৰি উগ্ৰপন্থী সংগঠনটোৱে সমগ্ৰ দেশতে বিভিন্ন ধৰণে ইছলামিক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা চলাইছে। বিমান অপহৰণ, আইন উলংঘা কৰি সমান্তৰাল চৰকাৰ গঠন – দেশত বিভিন্ন ধৰণে গৃহযুদ্ধ সৃষ্টি কৰাৰ পৰিকল্পনা পি এফ আইৰ।

বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে ২০২২ চনত পিএফআই নিষিদ্ধ কৰিছিল। ইউএপিএ আইন অনুসৰি সংগঠনটোক পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পিছত শুনা যায় যে ৰূপ সলনি কৰি পুনৰ পিএফআই সক্ৰিয় কৰা হৈছে। এনে পৰিস্থিতিত ইডিয়ে শেহতীয়াকৈ ৩৫ কোটি টকাৰ সম্পত্তি জব্দ কৰে। তদন্তকাৰী সংস্থাটোৰ মতে, এই সম্পত্তিটো কেইবাটাও ব্যক্তি, কোম্পানী আৰু ট্ৰাষ্টৰ নামত পঞ্জীয়ন কৰা হৈছে যিবোৰ পিএফআইৰ দ্বাৰা পৰিচালিত। কাকতলীয়াকৈ ক’বলৈ গ’লে ইডিয়ে দীৰ্ঘদিন ধৰি পিএফআইৰ তদন্ত কৰি আহিছে।

৩৫ কোটি টকাৰ সা-সম্পত্তি উদ্ধাৰৰ পাছত কেন্দ্ৰীয় অনুসন্ধান সংস্থাই সমগ্ৰ দেশতে এক বৃহৎ অশান্তিৰ ইংগিত দিছে। তেওঁলোকৰ দাবী, পিএফআই সামাজিক সংগঠন হিচাপে পঞ্জীয়নভুক্ত। কিন্তু তেওঁলোকৰ মূল উদ্দেশ্য হৈছে ইছলামিক আন্দোলন সমগ্ৰ দেশতে বিয়পাই দিয়া। তেওঁলোকে ইমান শক্তিশালী আন্দোলনৰ পৰিকল্পনা কৰিছে যে ইয়াৰ ফলত গৃহযুদ্ধ হ’ব পাৰে। তাৰ বাবে পিএফআইয়ে বিমান অপহৰণ, সংবাদ মাধ্যমৰ প্ৰচাৰ, জনসংযোগ আদি অহিংস পদ্ধতি গ্ৰহণ কৰিব।

Apply Now

কিন্তু কেৰালাৰ এই নিষিদ্ধ সংগঠনটোৱে বিগত সময়ত কেইবাবাৰো হিংসাৰ পথত খোজ দিছে। অনাগত দিনতো পি এফ আইয়ে সেই পন্থা গ্ৰহণ কৰাৰ প্ৰবল সম্ভাৱনা আছে। ইডিৰ দাবী যে পিএফআইয়েও অস্ত্ৰৰ প্ৰশিক্ষণ লৈ বিশেষ উগ্ৰপন্থী গোট গঠনৰ চেষ্টা চলাইছে। তাৰ বাবে পিএফআইয়েও বহিঃৰাজ্যৰ পৰা অনুদান লাভ কৰিছে। ইডিয়ে এই পৰ্যন্ত তেওঁলোকৰ ৬১ কোটিৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছে।

মন কৰিবলগীয়া যে তদন্তকাৰীয়ে দাবী কৰিছে যে ২০২০ চনত বেংগালুৰুত সংঘটিত হোৱা সংঘৰ্ষৰ আঁৰত পি এফ আই আছে। ২০২১ চনত উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি অসমত সংঘাতৰ আঁৰত মুছলমান মৌলবাদী সংগঠন ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ বুলিও অভিযোগ উত্থাপন হৈছিল। কেৱল সেয়াই নহয়, মুছলমান মৌলবাদী সংগঠন ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ও আল কায়দাৰ সৈতে জড়িত। দেশজুৰি এন আই এৰ অভিযানৰ পাছত কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্টক নিষিদ্ধ কৰে। পি এফ আইৰ উপৰিও আন আঠটা সংগঠন সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত নিষিদ্ধ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd