• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 7:10 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কক্ৰ’চ জনতা পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অহা ৫ ছেপ্টেম্বৰত নতুন দিল্লীত এক শান্তিপূৰ্ণ যুৱ সমাৱেশৰ ঘোষণা কৰিছে। দলটোৱে অভিযোগ কৰিছে যে ২৫ জুলাইত যুৱ প্ৰতিবাদকাৰীক দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়াও সম্পূৰ্ণ ৰূপে পালন কৰা হোৱা নাই।

২৪ আগষ্টত প্ৰকাশ কৰা এক বিবৃতিত CJPৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে চৰকাৰে ২৫ জুলাইত দিয়া আশ্বাসসমূহ বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দলটোৰ মতে, প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এতিয়াও স্পষ্ট পদক্ষেপ দেখা পোৱা নাই আৰু বিষয়টো বিভিন্ন কাৰিকৰী কাৰণ দেখুৱাই পলম কৰা হৈছে।

Apply Now

চিজেপিৰ ঘোষণা অনুসৰি, ৫ ছেপ্টেম্বৰত ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়লৈ শান্তিপূৰ্ণ পদযাত্ৰা উলিওৱা হ’ব। এই প্ৰতিবাদৰ সন্মুখত থাকিব নীটৰ ঘটনাত সন্তান হেৰুওৱা পৰিয়ালসমূহ আৰু আৰক্ষীৰ অত্যাচাৰৰ বলি হোৱা লোকসকল। দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ, যুৱ সংগঠন আৰু যুৱ নাগৰিকক এই কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনোৱা হৈছে।

দলটোৱে কয় যে ২৫ জুলাইত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও স্পষ্ট নিশ্চয়তা দিয়া নাই। চিজেপিৰ অভিযোগ, চৰকাৰে মূল বিষয়ত পদক্ষেপ গ্ৰহণ কৰাৰ সলনি নিয়ম-কানুন আৰু কাৰিকৰী বিষয়ৰ দোহাই দি সিদ্ধান্ত পলম কৰিছে।

ইয়াৰ লগতে চিজেপিয়ে ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ত হোৱা শুনানিৰ কথাও উল্লেখ কৰে। দলটোৰ দাবী অনুসৰি, দেশৰ বিভিন্ন প্ৰান্তত পঞ্জীয়ন হোৱা FIRসমূহৰ এখন তালিকা ন্যায়ালয়ৰ বিবেচনাৰ বাবে দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট প্ৰতিশ্ৰুতি দিয়া নাছিল।

চিজেপিৰ মতে, ২৫ জুলাইৰ আশ্বাসৰ ওপৰত বিশ্বাস ৰাখিয়েই দলটোৱে আগৰ সৰ্বভাৰতীয় যুৱ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। কিন্তু এতিয়া চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা বুলি দলটোৱে অভিযোগ কৰিছে।

দলটোৱে এই ঘটনাক ‘বিশ্বাসঘাত’ বুলি অভিহিত কৰি কয় যে দেশৰ জেন জি আৰু যুৱ প্ৰজন্মৰ সৈতে এনে বিশ্বাসঘাতকতা কোনো কাৰণতে মানি লোৱা নহ’ব। ৫ ছেপ্টেম্বৰৰ পদযাত্ৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’ব আৰু চৰকাৰক জুলাইত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে আৰু সম্পূৰ্ণ ৰূপে পালন কৰাৰ দাবীয়েই এই আন্দোলনৰ মূল বিষয় হ’ব বুলি চিজেপিয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd