• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাৰ সংহাৰ: দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ আহ্বান জনাই ১ লাখ শিক্ষাৰ্থীৰ পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2021 4:12 pm

2 min read

a stu

ফাইল ফটো

544
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দ্বিতীয়টো ঢৌৱে কোৱাই গৈছে সমগ্ৰ দেশকে। এনে পৰিস্থিতিত দেশৰ কেইবাখনো ৰাজ্যত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ।

বহু ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ লগতে ছট্টিশগড়ৰৰ দৰে ৰাজ্যত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন।

এনে সময়তে কোভিড সংক্ৰমণৰ আশংকা কৰিয়েই দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰত স্বাক্ষৰ কৰিছে।

এই সকল ছাত্ৰ-ছাত্ৰীয়ে হয় দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব লাগে অথবা অনলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছে।

শেহতীয়াকৈ টুইটাৰত “cancelboardexams2021” হেছটেগ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা বাতিলৰ বাবে জনমত গঠন কৰাৰ চেষ্টা চলাইছে।

এনে জাগৰণৰ প্ৰতি দেশৰ কেইবা লাখ ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।

ইপিনে একাংশ ছাত্ৰ-ছাত্ৰীয়ে এনে দাবী জনোৱাৰ সময়তে চিবিএছই আৰু কাউন্সিল ফ’ৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেটেএইবুলি স্পষ্ট কৰি দিছে যে পৰীক্ষাৰ সময়ত কোভিড প্ৰ’টোকল সম্পূৰ্ণ ভাবে মানি চলাৰ বিষয়ত গুৰুত্ব দিয়া হ’ব।

ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ দিশটো কোনো পধ্যে উলাই কৰা নহ’ব বুলি চিবিএছই-এ স্পষ্ট কৰি দিছে।

কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে একাধিক ৰাজ্যই নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰি সকলো শিক্ষাৰ্থীকে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

Recent News

Bhitali Das1

অৱশেষত নিয়তিৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd