• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মেডিকেল কলেজৰ পেডিয়াট্ৰিক ICU ত জুই, প্ৰাণৰক্ষা ১২ টি শিশুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 8:55 am
AMCH
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পেডিয়াট্ৰিক ৱাৰ্ডৰ এক ইনচেণ্টিভ কেয়াৰ ইউনিটত (ICU) জুই লগাৰ পিছত কমেও ১২ টা নৱজাতক শিশুৰ কথমপি প্ৰাণ ৰক্ষা হয়।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সন্ধিয়া প্ৰায় ৬:৩০ বজাত এটা ভেণ্টিলেটৰ গোটত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল।

AMCHৰ অধীক্ষক প্ৰশান্ত দিহিঙিয়াই জনায় যে শিশু ৰোগ ৰক্ষী ৱাৰ্ডৰ ভেণ্টিলেটৰৰ মনিটৰত জুই লাগিছিল যদিও কোঠাটোত ৰখা অগ্নি নিৰ্বাপকৰ সহায়ত কৰ্মচাৰীসকলে লগে লগে নিয়ন্ত্ৰণ কৰিছিল।

“ৱাৰ্ডটোত ছয় মাহৰ পৰা ১০ বছৰ বয়সৰ ভিতৰত ১২ টি শিশু আছিল। কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।”— তেওঁ লগতে কয়।

AMCH ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতিয়ে জনায় যে নিৰ্দিষ্ট গোটটোৰ কেঁচুৱাকেইটি আৰু ICU ৰ আন সকলো কেঁচুৱা সুৰক্ষিত।

Apply Now

সতৰ্কতামূলক ব্যৱস্থা হিচাপে চিকিৎসালয়খনে ঘটনাটোৰ পিছত সকলো ৰোগীক চৌহদৰ আন এটা শিশু ৰোগ ৱাৰ্ডলৈ স্থানান্তৰিত কৰে বুলি AMCHৰ অধীক্ষক প্ৰশান্ত দিহিংগিয়াই কয়।

তেওঁ কয় যে প্ৰভাৱিত ৱাৰ্ডত ছয়টা ভেণ্টিলেটৰ আছিল আৰু তাৰে দুটা পিএম-কেয়াৰ্ছ পুঁজিৰ অধীনত প্ৰাপ্ত হৈছিল। পিএম-কেয়াৰ্ছ ভেণ্টিলেটৰৰ এটাত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল।

অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে তেওঁ কয় যে ভেণ্টিলেটৰৰ কোনো সমস্যা আছে নে ৱাৰ্ডত বিদ্যুৎ সংযোগত সমস্যা আছে সেয়া তাৎক্ষণিকভাৱে জনা নাযায়।

অগ্নি নিৰ্বাপক আৰু শক্তি বিভাগৰ কৰ্মচাৰীসকল উপস্থিত হৈ ঘটনাটোৰ তদন্ত চলাই আছে বুলি তেওঁ সদৰী কৰে।

AMCH এ ইতিমধ্যে এটা আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে বুলিও অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

সাংবাদিকৰ আগত তেওঁ কয়, “আমি অসম চৰকাৰকো স্বতন্ত্ৰভাৱে তদন্ত কৰিবলৈ অনুৰোধ জনাইছো। তদন্তৰ ফলত প্ৰকৃত কাৰণ সম্পৰ্কে জানিব পৰা যাব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd