• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Clubhouse chat case: পুনৰ ইণ্টাৰনেটৰ যোগেদি মুছলমান মহিলাক যৌন উৎপীড়ণৰ লক্ষ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2022 4:45 pm
Clubhouse Chat case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলিম যুৱতীৰ স’তে যৌনসংগম কৰাটো হিন্দুৰ বাবে অতি পূণ্যৰ কাম! মুছলিম যুৱতীৰ স’তে যৌনসংগম কৰাটো বাবৰী মছজিদ ধ্বংসৰ সমান পূণ্যৰ কাম! মুছলিম যুৱতীবিলাকৰ যৌন আকৰ্ষণ হিন্দুতকৈ বেছি!

এনেধৰণৰ আপত্তিজনক ঘৃণনীয় মন্তব্যৰে ভৰা দুই মিনিটৰ এটা ভিডিঅ’ ক্লিপ। শেহতীয়াকৈ টুইটাৰত ভাইৰেল হৈ পৰিছে ভিডিঅ’ ক্লিপটো। জনপ্ৰিয় সামাজিক মাধ্যম ক্লাবহাউচৰ এটা চাটিং ৰুমৰ পৰা অনা হৈছে ক্লিপটো।

Apply Now

উক্ত চাটিং ৰুমটোত কৰা আলোচনাৰ বিষয়বস্তু আছিল- “মুছলিম ছোৱালীবিলাক হিন্দু ছোৱালীতকৈ বেছি ধুনীয়া’’।

আলোচনাটোত হোৱা কথা-বতৰাবোৰ শুনিলে যিকোনো সভ্য লোকৰে চকু কপালত উঠিব। মুছলিম যুৱতীৰ ওপৰত ইটোৰ পাছত সিটো অসভ্য আৰু নিৰ্লজ্জ মন্তব্য কৰি গৈছে চাটিংটোত অংশগ্ৰহণকাৰীসকলে।

আনকি হিন্দুত্ব ৰক্ষাৰ ঠিকা লোৱা যুৱককেইজনে মুছলিম যুৱতীৰ শৰীৰৰ বিশেষ অংগক লৈও চূড়ান্ত ঘৃণনীয় মন্তব্য কৰিছে। তেওঁলোকে কোৱা শুনা গৈছে যে মুছলিম যুৱতীৰ স’তে যৌনসংগম কৰাটো হিন্দুৰ বাবে অতি পূণ্যৰ কাম।

মুছলিম যুৱতীৰ স’তে যৌনসংগম কৰাক বাবৰী মছজিদ ধ্বংসৰ স’তেও তুলনা কৰে হিন্দুত্ব ৰক্ষাৰ ঠিকা লোৱা যুৱককেইজনে।

 

Trigger Warning ⚠️

Here in @Clubhouse, a young group of Hindus are discussing with impunity: a) “hitting on a muslim girl’s vagina is equal to destruction of 7 Babri masjids”, b) “we’re RSS fans, we’ll convert muslim girls, & c) muslim girls’ vagina is pinkish than hindus
1/2 pic.twitter.com/X3MSJrFlNv

— Jaimine (@jaiminism) January 17, 2022

ক্লিপটো টুইটাৰত ভাইৰেল হৈ পৰাৰ পাছতে দিল্লী কমিছন ফৰ ৱমেনৰ তৰফৰ পৰা দিল্লী আৰক্ষীলৈ এখনি জাননি জাৰি কৰে। তদুপৰি মুম্বাই আৰক্ষীৰ ওচৰতো এগৰাকী মহিলাই এখনি এজাহাৰ দাখিল কৰে। যুৱককেইজন হাৰিয়ানাৰ বুলি জানিব পৰা গৈছে।

এজাহাৰ দাখিলৰ পাছতে মুম্বাই আৰক্ষীয়ে যুৱককেইজনক বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে। হাৰিয়ানাৰ কাৰ্ণালৰ পৰা বৃহস্পতিবাৰে মাজৰাতি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

মুছলিম যুৱতীক যৌন নিৰ্যাতন চলাবলৈ প্ৰৰোচিত কৰা এই হিন্দুত্ব ৰক্ষাৰ ঠিকাদাৰকেইজনৰ নাম হৈছে- আকাশ, জেষ্ণৱ কাক্কাৰ আৰু য়াছ পৰাশৰ। তেওঁলোকৰ ওপৰত তথ্যপ্ৰযুক্তি আইন ২০০০ৰ কেইবাটাও ধাৰাত গোচৰ তৰা হৈছে।

মুম্বাই আৰক্ষীৰ এই পদক্ষেপক আদৰণী জনাইছে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। চতুৰ্বেদীয়ে টুইট কৰি কয় যে এনেধৰণৰ ঘৃণনীয় কথা-বতৰাক কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd