• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BIG BREAKING মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগমুহূৰ্তত বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

এন ই নাও নিউজ,গুৱাহাটী,পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,গুৱাহাটী,পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,এন ই নাও নিউজ,টিয়ক
June 8, 2022 4:17 pm
365
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ সময়তে শাসকীয় বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ খবৰ পোৱা গৈছে।

কাইলৈৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগে আগে এনেদৰে ৰূপজ্যোতি কুৰ্মীৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এনে তালাচীৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ সময়তে ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ আঁৰত কিবা ৰাজনৈতিক কাৰণ থাকিব পাৰে বুলি মন্তব্য কৰিছে।

শিৱসাগৰ ৰাজীৱ ভৱনত বুধবাৰে দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে ৰূপজ্যোতি কু্ৰ্মীৰ ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব যেন অনুমান হৈছে। তেওঁৰ শত্ৰু বিজেপিটো আছে নিশ্চয় । তেওঁৰ ওপৰত গোচৰ চলি আছে, সেয়ে মন্ত্ৰীসভাত ল’ব নালাগে বুলি হয়তো কোনোৱাই ক’ব পাৰে।

উল্লেখ্য ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰীসভাত স্থান পাব বুলি ব্যাপক চৰ্চা চলি আছে। কুৰ্মীৰ ঘৰত বিধায়ক পুজিৰ খেলিমেলিৰ বাবেই তেওঁৰ মৰিয়নীৰ ঘৰত তালাচী চলাইছে।

মৰিয়নী সমষ্টিত ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান মৰিয়নীৰ কেইটাওঁ স্থানত।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিধায়ক পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আছে।

ৰূপজ্যোতি কুৰ্মী  কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ সময়ত BJP ৰ চাহ মৰ্চাৰ ৰাজ্যিক পৰ্যায়ৰ নেতা দুলেন নায়কে মৰিয়নীত বিধায়ক পুঁজিৰ ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবী কৰিছিল।

মৰিয়নীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিতৰণ কৰা বিধায়ক পুঁজি সঠিক ব্যৱহাৰ সম্পৰ্কে তদন্তকাৰী দলটোৱে অভিযান চলায়।

দলটোৱে  মৰিয়নীত থাকি ৩/৪ দিন এই তদন্ত কৰিব  ৷

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd