• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
May 19, 2022 6:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ আজি শুভাৰম্ভ কৰা হয় l

যোৰহাটৰ কাছাৰী মৈদানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,কেন্দ্ৰীয় পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে আজি বন্তি প্ৰজলনেৰে গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

পঞ্চায়ত আৰু  গ্ৰামোন্নয়নৰ প্ৰধান সচিব ডঃ জে বি এক্কাৰ আদৰণি ভাষণৰ পাছতে উপস্থিত পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ বাবে আজি এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰে আৰু আৱাস গৃহ কি দৰে নিৰ্মাণ হব এই  সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক শলাগ লৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীয়ে বহুত আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দৰিদ্ৰ জনসাধাৰণৰ  বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে আৰু অসমত ২০২৪ ৰ ভিতৰত কোনো কেঁচা ঘৰ নেথাকিব বুলি জনায়। অসমত ১৯ লাখ গৃহ নিৰ্মাণ হব আৰু সেই গৃহ নিৰ্মাণৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি ব্যয় হব তথা এই টকা প্ৰধানমন্ত্ৰীয়ে অসমক দিব বুলি তেওঁ জানিবলৈ দিয়ে।

গৃহ লাভ কৰা হিতাধিকৰীসকলক এটকাও কোনো বিষয়াক ঘোচ নিদিবলৈ তেওঁ আহ্বান জনায়। কোনো লোকে যদি গৃহ লাভ কৰাৰ বিনিময়ত উৎকোচ বিচাৰে তেতিয়া আৰক্ষী বা স্থানীয় বিধায়কক অভিযোগ দিবলৈ কয়। হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ বাবে পোৱা টকা কেইটাৰ সৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। অসমক দুৰ্নীতিমুক্ত কৰি এখন নতুন অসম গঢ়িবলৈ আহ্বান জনায়।

অনুষ্ঠানত হিতাধিকাৰীসকলৰ এখন হাতপুথি উন্মোচন কৰা হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যত ৫ লাখ দহ হেজাৰ গৃহ নিৰ্মাণ হব। ইয়াৰ বাবে এহেজাৰ ছশ পয়সত্তৰ কোটি ভাৰত চৰকাৰে মুকলি কৰিছে বুলি জনায়। হিতাধিকাৰীসকলে তিনিটা কিস্তিত এই ধন পাব। প্ৰতিটো ঘৰত হিতাধিকাৰী সকলে এক লাখ একাৱন্ন হাজাৰ সাতশ টকা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

হিতাধিকাৰীসকলৰ বাবে বাবে গৃহ নিৰ্মাণত মুঠ সাত হেজাৰ সাত শ উঞ্চলিছ কোটি টকা খৰচ হব।এটা ঘৰত ১ লাখ ৫১ হেজাৰ ৭৫৫ টকা ব্যয় হব l আজি প্ৰথম কিস্তিত ৩৩ হাজাৰকৈ টকা হিতাধিকাৰীৰ একাউণ্ট সোমাব বুলি তেওঁ জনায়।

আজিৰ এই অনুষ্ঠানত সাংসদ  তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন ভৰালী, ৰূপজ্যোতি কুৰ্মী ,আৰু ভাস্কৰ বৰুৱাও উপস্থিত থাকে।

এন ই নাও নিউজ, যোৰহাট

এন ই নাও নিউজ, যোৰহাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd