• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ৰোগীৰ বিশেষ অধিকাৰ ভংগ কৰিলে,’ ৰাইজৰ দল

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কোভিড প্ৰট’কল ভংগ কৰিছে, গতিকে তেঁৱো মানসিক ৰোগী" ভাস্ক' ডি শইকীয়া

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 24, 2021 6:28 pm
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পঞ্চদশ বিধানসভা অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰত্যুত্তক দিছে ৰাইজৰ দলে।

এজন ৰোগীৰ ৰোগৰ বিষয়ে গোপন ৰখাতো ভাল বুলি উল্লেখ কৰি এক ভিডিঅ’যোগে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় ‘কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ৰোগীৰ বিশেষ অধিকাৰ ভংগ কৰিছে। ৰাইজৰ দলৰ ফালৰ পৰা এই বিষয়টো যথাযোগ্য কৰ্তৃপক্ষৰ ওচৰত দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ।‘

Apply Now

ইপিনে, অখিল গগৈয়ে যদি বিধান সভাৰ এখন টেবুলৰ পৰা এখন টেবুললৈ গৈ কোভিড প্ৰটক’ল ভংগ কৰা বুজাই তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এজন মানসিক ৰোগী কাৰণ তেওঁ নিজে কোভিড প্ৰটক’ল ভংগ কৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে বুলিও দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

তেওঁ এক উদাহৰণ দাঙি ধৰি কয় ‘মাজুলীত গৈ কণ কণ শিশুসকলৰ লগত অহাৰ গ্ৰহণ কৰা আৰু লগতে এজন কোভিড ৰোগীক লগত লৈ তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছিল।’

ইপিনে, বিজেপি চৰকাৰখনে কেতিয়াও অখিল গগৈক অসম বিধান সভাত সাহসী আৰু সবল উপস্থিত নিবিচাৰে বুলি উল্লেখ কৰে শইকীয়াই।

আনহাতে, মুখ্যমন্ত্ৰীয়ে অতি নিম্ন খাপৰ কৌতুক অভিনেতাৰ দৰে আচৰণ নকৰি দায়িত্বশীল ৰাজনেতাৰ আচৰণ কৰিব বুলি উল্লেখ কৰি শইকীয়াই আৰু কয় ‘কিন্তু সেইয়া তেওঁ নোৱাৰিলে আৰু তাৰ কাৰণ হ’ল এঙাৰক এশবাৰ ধুলেও সি কেতিয়াও বগা নহয়।‘

তেওঁ আৰু কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও যুক্তি সহকাৰে অখিল গগৈৰ লগত মুখামুখী হোৱা সাহস নাছিল আৰু ভৱিষ্যতলৈ কেতিয়াও ন’হব। বিভিন্ন কৌশলেৰে অখিল গগৈক বিধান সভাত অংশগ্ৰহণ কৰাত বাধা দিবলৈ চেষ্টা চলাই আছে।‘

শইকীয়াই জনোৱা অনুসৰি ’২২ মে’ তাৰিখে গৃহ বিভাগৰ পৰা অহা পত্ৰত উল্লেখ আছে আছে অখিল গগৈৰ গোচৰ NIAৰ বিচাৰাধীন হৈ আছে আৰু সেইবাবে অখিল গগৈ NIA আদালতত ডালষ্ট হ’ব লাগে। কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত উল্লেখ কৰে যে অখিল গগৈ কেৱল মানসিক ৰোগী আৰু তেওঁৰ মানসিক ৰোগ হোৱা বাবে চিকিৎসাধীন হৈ আছে আৰু law and order ৰ ফালৰ পৰা অখিল গগৈ বিধান সভাত অংশগ্ৰন কৰাত কোনো সমস্যা নাই। প্ৰশ্ন হয় যে আমি কোনটো কথা সঁচা বুলি আমি মানি ল’ম এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত দিয়া ভাষণ নে গৃহ বিভাগৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰখনক।‘

‘গৃহ বিভাগটো যিহেতু মুখ্যমন্ত্ৰীৰ হাতত থাকে তেনেহ’লে সেই পত্ৰখনো তেওঁক নেদেখুৱাকৈ কেতিয়াও প্ৰেৰণ কৰিব নোৱাৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাৰ মজিয়াত মিছা মাতিছে।‘ শইকীয়াই এইদৰে কয়।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd