• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যা হ’লে দোষীয়ে পাব শাস্তি, যদিহে আত্মহত্যা তেন্তে কাৰণ উলিওৱা হব: অভয়াখুটিৰ দুই কিশোৰীৰ মৃত্যু সন্দর্ভত মুখ্যমন্ত্ৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 13, 2021 2:15 pm
CM at kokrajhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ অভয়াখুটি গাওঁত শুকুৰবাৰে সংঘটিত দুজনী কিশোৰীৰ চাঞ্চল্যৰ মৃত্যুৰ পৰিস্থিতিৰ বুজ ল’বলৈ আজি কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ঘটনাস্থলীত পুৱা ১১.১৮ বজাত উপস্থিত হৈ তেওঁ ভুক্তভোগী পৰিয়ালৰ সদস্য সকলৰ সৈতে বাৰ্তালাপ কৰে। ঘটনাৰ সম্পূৰ্ণ পৰিস্থিতি তথা চৰজমিন তদন্ত কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দুয়োজনী জনজাতি ছোৱালীৰ মৃত্যু হত্যা নে আত্মহত্যা সেয়া তদন্তৰ পিছত ওলাই পৰিব। হত্যা হ’লে দোষীয়ে শাস্তি পাব আৰু আত্মহত্যা হ’লে আত্মহত্যাৰ কাৰণ উলিওৱা হব।

Apply Now

ইপিনে, মৃত্যু হোৱা কিশোৰী সৈতে কথা বতৰা পতা লোকৰ সম্ভেদ পোৱা গৈছে আৰু এইক্ষেত্ৰত চাৰি পাঁচজন লোকক সোধপোছৰ বাবে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

আনহাতে, দুৰাৰোগ্য ৰোগত পুনৰ আক্ৰান্ত হৈ দিল্লীৰ এইমছত কালি সন্ধিয়া চিকিৎসাৰ বাবে যোৱা ৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়োৰ খবৰ লোৱা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ পৰা বিশ কিলোমিটাৰ নিলগত অৱস্থিত অভয়াখুটি গাওঁত এজোপা আমগছৰ একেটা ডালত দুইজনী কিশোৰী ৰবিথা ৰাভা আৰু সমাইনা ৰাভাক চিপ লোৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

কিন্তু দুয়োজনী কিশোৰী একেটা ডালত কেনেকৈ চিপ লৈ আত্মহত্যা কৰি পাৰে  সেয়া গ্ৰহণ কৰিব পৰা নাই ভুক্তভোগী কিশোৰীৰ পিতৃ স্বপন ৰাভাৰ লগতে বিভিন্ন দল সংগঠনে।

এই চাঞ্চল্যকৰ ঘটনাৰ ঘটনাৰ বুজ ল’বলৈ আহি প্ৰাক্তন বিধায়ক অশোক সিংঘীয়ে কয় যে অভয়াখুটি গাঁও অঞ্চলত বহু বেদখলকাৰীয়ে দখল কৰি আছে। যি বেদখলকাৰীৰ সৈতে থলুৱা জনগোষ্ঠীৰ লোকে বিভিন্ন সমস্যাৰে সন্মুখীন হয়। সেয়ে বাহিৰৰ পৰা অহা লোকক উচ্ছেদ কৰি বেদখলমুক্ত কৰিব লাগে বুলি তেওঁ দাবী কৰে।

ইপিনে,মুখ্যমন্ত্ৰী অভয়াখুটিৰ পৰা পোনে পোনে গোসাঁইগাওঁৰ বিধায়ক প্ৰয়াত মাজেন্দ্ৰ নাৰ্জাৰীৰ বাহগৃহলৈ ৰাওনা হয়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd