DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কৰা হ’ব ক’ৰ’না টেষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 8:30 am
2.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ সময়তে আজি মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শ্বাব টেষ্ট কৰা হ’ব।

মুখ্য মন্ত্ৰী কেজৰিৱালৰ দেহত ক’ৰ’নাৰ দৰে লক্ষণে দেখা দিয়াত তেওঁ নিজে আইছ’লেশ্যনত যোৱাৰ সিদ্ধান্ত লয়।

আজি তেওঁৰ ক’ৰ’না টেষ্ট কৰা হ’ব।

জানিব পৰা মতে, যোৱা দেওবাৰৰ পৰা কেজৰিৱালৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটে। কাঁহ আৰু জ্বৰত আক্ৰান্ত হোৱা বাবেই তেওঁৰ আজি টেষ্ট কৰা হ’ব।

কেজৰিৱালৰ অসুস্থতাৰ কথা বিয়পি পৰাত দেশৰ লগতে দিল্লীৰ কেইবাগৰাকীও নেতাই তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে।

কেজৰিৱাল অতি শীঘ্ৰে সুস্থ হোৱাটো কামনা কৰিছে দিল্লী বিজেপিৰ নৱনিযুক্ত অধ্যক্ষ আদেশ গুপ্তা আৰু পুৰণি বন্ধু কুমাৰ বিশ্বাসে।

কেজৰিৱালে নিজৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ বৈঠক বাতিল কৰাৰ লগতে সকলো দায়িত্ব উপ-মুখ্য মন্ত্ৰী মনীষ চিচোদিয়াক প্ৰদান কৰে।

উল্লেখ্য যে দিল্লীত আক্ৰান্তৰ সংখ্যা ২৯ হাজাৰ অতিক্ৰম কৰাৰ লগতে মৃত্যুৰ সংখ্যাও ৮০০ৰ ওপৰত গৈছে।

দিল্লীত সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেজৰিৱাল চৰকাৰে অহা ১৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ বিচনাৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd