• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 7:00 pm
Tingkhong polytechnic
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ অংশ হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বেতনি গাঁৱত এছ অ পি দি আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগীয়া টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে শিক্ষাৰ যোগেদিহে এখন সমাজ আৰু ৰাষ্ট্ৰ শক্তিশালী হয়। সেয়ে সমগ্ৰ ৰাজ্যতে শিক্ষাৰ আন্তঃগাঁথনি সবল কৰাৰ উপৰি উন্নত মানৰ শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

Apply Now

বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি মন্তব্য কৰি কয় যে অভিভাৱক আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল হৈছে এক মহাশক্তি আৰু এই শক্তিয়ে ছাত্ৰ-ছাত্ৰীসকল সৎ, দায়বদ্ধ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব।

ইয়াৰ উপৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিজেপি চৰকাৰে বিদ্যালয়, মহাবিদ্যালয় পৰ্যায় পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি, য়ুনিফৰ্ম যোগান ধৰাৰ লগতে নামভৰ্তিৰ মাছুল আৰু পৰীক্ষা মাছুল ৰেহাই দিয়া বুলিও মুখ্য মন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে।

অসমখনক বিদেশীমুক্ত কৰিব লাগে বুলি দাবী উত্থাপন হৈ থকা প্ৰসংগতো সোণোৱালে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে অসমীয়া যুৱক-যুৱতীয়ে দক্ষ আৰু কৌশলী হৈ উঠি কৰ্মক্ষেত্ৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিলেহে অসমখন বিদেশী মুক্ত কৰিব পৰা যাব।

ইয়াৰ উপৰি ৰাজ্যৰ শিক্ষাখণ্ডক এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যত ৬খন চিকিৎসা মহাবিদ্যালয়, ৯খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩০ খন পলিটেকনিক আৰু প্ৰতিটো উন্নয়নখণ্ড সামৰি ২৪০খন দক্ষতা উন্নয়ন কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে পলিটেকনিকখন অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫০ কোটি ব্যয় সাপেক্ষে ৩৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰ সৱলীকৰণ আঁচনিৰো শুভাৰম্ভণি কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, আৰু টিংখং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd