• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পি এম কিষাণ নিধি আঁচনিৰ বিসংগতি সন্দৰ্ভত তদন্ত ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 18, 2020 5:45 pm

1 min read

WhatsApp Image 2020-05-15 at 1.13.54 PM

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সৰ্বত্ৰে পি এম কিষাণ নিধি আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ বিষয়াটো তদন্ত কৰাৰ নিৰ্দেশ দিছে।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুতৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি এমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিয়ে।

পি এম কিষাণ নিধিৰ তালিকাৰ শুদ্ধতা, হিতাধিকাৰীৰ যোগ্যতাৰ শুদ্ধতা, বেংক একাউণ্টৰ বিৱৰণৰ গ্ৰহণযোগ্যতা ইত্যাদি বিষয়সমূহ পুনৰীক্ষণ কৰাৰ বাবেও জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

ইয়াৰ উপৰি উপায়ুক্ত সকলক চক্ৰ বিষয়া, লাট মণ্ডল, গাঁওবুঢ়া ইত্যাদিৰ জৰিয়তে তালিকাৰ পুনৰীক্ষণৰ লগতে শুদ্ধ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত নোহোৱা পৰ্যন্ত আগলৈ আঁচনিৰ ধন মোকলাই নিদিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পি এম কিষাণ নিধি আঁচনিৰ নামত প্ৰকৃত কৃষকক বঞ্চিত কৰি অকৃষক আৰু শাসকীয় বিজেপি দলৰ নেতা-পালিনেতাই আৰ্থিক সাহায্য লাভ কৰাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd