• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী মহোদয়; উত্তৰাখণ্ডত গৈ কাৰোবাৰ পিতৃৰ পৰিচয় বিচৰাটো অসমৰ কেনেকুৱা সভ্যতা-সংস্কৃতি?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
February 13, 2022 4:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী মহোদয় সমীপেষু;
এয়া কেনে সভ্যতা ৰক্ষাৰ যুঁজ?

ৰাহুল গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্যৰে এয়া কেনেধৰণৰ সংস্কৃতি ৰক্ষাৰ যুঁজ?

Apply Now

সভ্যতা যুঁজৰ ৰণত পৰিল মুখ্যমন্ত্ৰী ড০ শৰ্মা!

যোৱা নিৰ্বাচনত সভ্যতা সংস্কৃতিৰ কথা কৈ শাসনৰ গাদীলৈ আহিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কিন্তু কি আছিল সেই সভ্যতাৰ যুঁজ?

তেওঁৰ মতে সেয়া
অসমীয়া পৰম্পৰাগত সনাতনী সভ্যতা বনাম মোগল সভ্যতাৰ যুঁজ ।

কিন্তু এই সভ্যতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজকে পাহৰি অসমীয়া সভ্যতা সংস্কৃতি উলংঘা কৰিলে।

অসমীয়া সভ্যতাৰ এটি বেয়া স্বৰূপহে দেখুৱালে উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত।

সমগ্ৰ ভাৰততে যেন লজ্জিত কৰিলে অসমীয়া সভ্যতা-সংস্কৃতিক। শ্বহীদ বিপিন ৰাৱাটৰ নাম সাঙুৰি ৰাজহুৱাভাৱে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এগৰাকী নেতা ৰাহুল গান্ধীক পিতৃ পৰিচয়ৰ প্ৰমাণ বিচাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া সভ্যতা-সংস্কৃতিৰ মৰ্য্যদা উত্তৰাখণ্ডত গৈ হেয় প্ৰতিপন্ন কৰিলে মুখ্যমন্ত্ৰীয়ে।

আনক শিষ্টাচাৰ শিকোৱা হিমন্তই নিজেই উলংঘা কৰিলে নিজৰ কথা।

মানদণ্ডহীন ৰাজনীতিৰ তুংগত যেন মুখ্যমন্ত্ৰী নিজে!
মুখ্যমন্ত্ৰীৰ পাছে পাছে তেওঁৰ নেতা-পালি নেতাসকলেও বেপেৰুৱা তথা মানদণ্ডহীন মন্তব্যৰে কলুষিত কৰিছে ৰাজ্যৰ ৰাজনীতি।

ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক পিতৃ পৰিচয়ৰ প্ৰমাণ বিচাৰি কৰা মন্তব্যৰ পাছত তেওঁক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ভঙা ভঙা হিন্দীৰেই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ভূপেন বৰাই কয়
“যাৰ বিৰুদ্ধে CBI –NIA ৰ দৰে গোচৰ আছে তেওঁ আকৌ আক্ৰমণ কৰে ৰাহুল গান্ধীক!

মুখ্যমন্ত্ৰীক অভদ্ৰামী-অশালীন মন্তব্য বন্ধ কৰিবলৈ দাবী ভূপেন বৰাৰ।

আনহাতে, মুখ্যমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত তেওঁক উভটি ধৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উত্তৰাখণ্ডলৈ গৈ এনে ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য দেবব্ৰত শইকীয়াৰ।

ইপিনে, মুখ্যমন্ত্ৰীৰ এনে মন্তব্য মূলক আখ্যা যুৱ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰীৰ।
তেওঁ কয় “হিমন্ত বিশ্ব শৰ্মাক লাজ দিয়াৰ ভাষা নাই।
উত্তৰাখণ্ডত অসমীয়াৰ নাক কাটিলে হিমন্ত বিশ্ব শৰ্মাই!”

আনহাতে, মুখ্যমন্ত্ৰীৰ আচৰণ ভদ্ৰ মানুহৰ আচৰণ নহয় বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ।

শিষ্টাচাৰ শিকোৱা মুখ্যমন্ত্ৰীৰ শিষ্টাচাৰ ভংগৰ নমুনা নিশ্চয়কৈ আপোনালোকে দেখিলে তথা নিশ্চয়কৈ অনুধাৱন কৰিছে ৰাজ্য তথা দেশৰ ৰাজনীতিয়ে কি পৰ্য্যায় পাইছেগৈ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd