• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীৰ মাছৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2020 7:40 pm

2 min read

Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

580
VIEWS
Share on FacebookShare on Twitter

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত থকা মাছ অস্বাভাৱিকভাৱে মৃত্যু হোৱা বিষয়টো পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত এই বিষয়টো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়াই মুখ্য মন্ত্ৰীক এই ঘটনাৰ সবিশেষ অৱগত কৰে আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনায়।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কামৰূপ জিলাৰ উপায়ুক্তক হাজোৰ মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ সৈতে আলোচনা কৰি মীন বিভাগৰ সহযোগত উপযুক্ত পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিয়ে।

এই দিশত প্ৰয়োজন হ’লে বিশেষজ্ঞ নিয়োগৰ ব্যৱস্থা কৰিবলৈও মুখ্য মন্ত্ৰীক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে ঐতিহাসিক এই পুখুৰীত থকা মংস্যকে ধৰি অন্যান্য ধৰি অন্যান্য জলজ জীৱসমূহ সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয়।

অলপতে সংঘটিত হোৱা এই অস্বাভাৱিক ঘটনাৰ বিজ্ঞানসন্মত কাৰণসমূহ উলিয়াই লৈ এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এই পুখুৰীৰ পানী যাতে কোনো ধৰণৰ বৰ্জিত পদাৰ্থৰ দ্বাৰা বিনষ্ট নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজি এই বৈঠকত সাংসদ কুইন ওজা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মীন বিভাগৰ শীৰ্ষ বিষয়া, হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল।

Recent News

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd