• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯-ৰ সময়ত চাহ উদ্যোগক অধিক গতিশীল কৰাৰ বাবে অসম চাহ মজদুৰ সংঘৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2020 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম চাহ মজদুৰ সংঘৰ এখন বৈঠক অনুষ্ঠিত হয়।

মুখ্য মন্ত্ৰীৰ লক্ষ্মীনগৰস্থিত বাসভৱনত অনুষ্ঠিত বৈঠকত কোভিড-১৯-ৰ ফলত চাহ উদ্যোগলৈ আহি পৰা প্ৰত্যাহ্বান আৰু এই সম্পৰ্কত লোৱা ব্যৱস্থাৰাজী সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়।

Apply Now

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ অৰ্থনৈতিক উত্তোণৰৰ ক্ষেত্ৰত চাহ উদ্যোগৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে সেইবাৰে চাহ উদ্যোগৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও সোণোৱালে লগতে কয়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যৰ চাহ উদ্যোগলৈ প্ৰত্যাহ্বান নামি আহিছে যদিও এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি সোণোৱালে মত ব্যক্ত কৰি স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ আধাৰত ইতিমধ্যে চাহ বাগিচাসমূহত কাম-কাজ আৰম্ভ হৈছে বুলি কয়।

আনহাতে, চাহ বাগিচাৰ শ্ৰমিকসকলে সামাজিক দূৰত্ব বজাই ৰাখি কৰ্মত জড়িত হৈ থকা বাবে সোণোৱালে অসম চাহ মজদুৰ সংঘৰ জৰিয়তে ৰাজ্যৰ চাহ শ্ৰমিক সকলক ধন্যবাদ জ্ঞাপন কৰে।

এই ক্ষেত্ৰত অসম চাহ মজদুৰ সংঘই আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্য মন্ত্ৰীয়ে সংঘৰ বিষয়ববীয়াসকলৰ শলাগ লয়।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে আসাম কোম্পানী লিমিটেডৰ অধীনত থকা ১৪ খন বাগিচাৰ শ্ৰমিকসকলৰ লগতে সকলো চাহ বাগিচা তথা ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলে যাতে ল’কডাউনৰ সময়ছোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখিন হ’ব নালাগে তাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলি কয়।

আলোচনাৰ সয়ত সোণোৱালে কয় যে লকডাউনৰ সময়ছোৱাত চাহ উদ্যোগে সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি অসম চাহ কোম্পানী লিমিটেডে গেছ যোগান ধৰা ৰাজ্যৰ ৪০৯ খন চাহ বাগানৰ পৰা চুক্তি মৰ্মে লাভ কৰিবলগীয়া নূন্যতম চাহিদা নিৰিখ ৰেহাই দিবলৈ কোম্পানীটোক নিৰ্দেশ দিয়া হৈছে বুলি কয়। এই পদক্ষেপে চাহ উদ্যোগক বিশেষ সকাহ দিব বুলিও মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে।

বৈঠকত অসম চাহ মজদুৰ সংঘই আসাম কোম্পানী লিমিটেডৰ ১৪ খন বাগিচাৰ ৪০ হাজাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ বিষয়টো সোণোৱালক অৱগত কৰে।

সংঘই লকডাউনৰ মাজতে অসমৰ চাহ উদ্যোগক গতিশীল কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰীয়ে লোৱা পদক্ষেপৰ শলাগ লয়।

ইপিনে, মজদুৰ সংঘই মুখ্য মন্ত্ৰীক পূৰ্বে চাহ বাগানৰ শ্ৰমিকসকলে মুকলি বজাৰৰ পৰা প্ৰয়োজনীয় ৰেচন ক্ৰয় কৰি অহাৰ বিপৰীতে যোৱা দুমাহে ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ তেওঁলোকে ৰেচন লাভ কৰি আহিছে বুলি অৱগত কৰি ভৱিষ্যতেও এই ব্যৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ ল’বলৈ অনুৰোধ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd